NORTHEAST NOW (Assamese)

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 14, 2025 12:58 pm

আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচল এই স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল।

বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে দেশবাসীয়এ জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মণিষীক সোঁৱৰে।

Related News