• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মুম্বাইত বাতিল হ’ব পাৰে লোকেল ট্ৰেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 5:19 pm
Local train

মুম্বাই লোকেল ট্ৰেইনৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত কৰ’না ভাইৰাছৰ বৰ্দ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মুম্বাইৰ সকলো লোকেল ট্ৰেইন বাতিল কৰাৰ সম্ভাৱনা আছে।

‘‘মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মুম্বাইৰ জনজীৱনক কিছুদিনৰ বাবে গতিৰোধৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। থাকৰে মুম্বাইৰ লোকেল ট্ৰেইনকে ধৰি কিছু গুৰুত্বপূৰ্ণ সেৱা কিছুদিনৰ বাবে বাতিল কৰাৰ সম্ভাৱনা আছে যাতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়,’’ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে মঙলবাৰে এই কথা সদৰি কৰে।

এই সমগ্ৰ বিষয়টো মঙলবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত আলোচনা কৰা হয়।

বিধানসভাত কোনো কাৰণতে কৰ’না ভাইৰাছ দ্বিতীয় স্তৰৰ পৰা তৃতীয় স্তৰলৈ সংক্ৰমিত হ’ব নিদিয়া সন্দৰ্ভতো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত ভাৰতৰ তৃতীয় গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু হয়।

ভাৰতত প্ৰথম গৰাকী কৰ’না আক্ৰান্ত লোকৰ মৃত্যু কৰ্ণাটকত হোৱাৰ বিপৰীতে দ্বিতীয় গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ৩৮ গৰাকী লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো দেশৰ সাংসদ সকলক নিজৰ নিজৰ সমষ্টি সমূহ পৰিদৰ্শন কৰি কৰ’না ভাইৰাছ প্ৰতিৰোধী ব্যৱস্থা সমূহ সঠিক ৰূপত ৰূপায়ন কৰা হৈছেনে পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd