• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়াত অভিনেত্ৰী জিয়া খানেৰে ঘনিষ্ঠ আছিল মহেশ ভাট! : কি আছে ভাইৰেল হোৱা পুৰণি ভিডিঅ’ত

জীয়া খানেৰে মহেশ ভাটৰ ঘণিষ্ঠ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল, বলিউদত সৃষ্টি হৈছে হৈ চৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 8:38 pm
ৈে-1-630x420
171.3k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই কঁপাই যোৱা বলিউদৰ কম্পনাংক এতিয়া স্তিমিত হোৱা নাই।

সুশান্ত ৰাজপুতৰ মৃত্যুৱে বলিউদৰ লবীকেন্দ্ৰিক আৰু স্বজন-পোষনৰ এখন ভয়ানক ছবি উন্মোচিত কৰিলে।

কোন নাই এই নেপোটিজমত? কোনোবা যদি নেপোটিজমৰ বাহক আৰু কোনো আকৌ সেই ঘাটক নপোটিজমৰ চিকাৰ।

সুশান্তৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে এই নেপোটিজমৰ বিৰুদ্ধে জোৱাৰ উঠিছে।

নিশ্চূপ হৈ আছে নেপোটিজমৰ ধাৰক-বাহকসকল।

বলিউদৰ চুপাষ্টাৰ চলমান খান, কৰণ জোহৰ, চোনম কাপুৰ, আলিয়া ভাট, মহেশ ভাট আদিকে ধৰি বহু তাৰকাক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে সুশান্তৰ অনুৰাগীসকলে।

বিশেষকৈ মহেশ ভাটৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে।

সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীৰ সৈতে মহেশ ভাটৰ অস্বাভাৱিক সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে।

আনকি ৰীয়া চক্ৰৱৰ্তীক সুশান্তৰ পৰা আঁতৰি আহিবলৈ পৰোচিত কৰা বুলিও মহেশ ভাটৰ বিৰুদ্ধে তথ্য প্ৰমাণ ফাদিল হৈছে।

এই মহেশ ভাটে ষোড়শী গাভৰুক চিকাৰ কৰে বুলি অভিযোগ আছে বলিউদত।

অলপতে প্ৰয়াত অভিনেত্ৰী জীয়া খানৰ সৈতে মহেশ ভাটৰ এটা দৃষ্টিকটূ ভিডিঅ’ ভাইৰেল হৈছে।

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে পুনৰ মহেশ ভাটক আক্ৰমণ কৰিছে বিভিন্ন পক্ষই।

উল্লেখ্য যে, ২০১৬ চনৰ ১ আগষ্টত বলিউদৰ অভিনেত্ৰী জীয়া খানে মানসিক হতাশাগ্ৰস্ততাত ভুগি আত্মহত্যা কৰিছিল।

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত অসংখ্য লোকে মহেশ ভাটক ‘সৰু ছোৱালী প্ৰতি আসক্ত এজন বিকৃত মানসিকতাৰ মানুহ’ বুলি আখ্যা দিছে।

“এই মানুহটোক পগলাখানাত ভৰাই থ’ব লাগে।” কিছুৱে এই বুলিও মন্তব্য কৰিছে সামাজিক মাধ্যমত।

Recent News

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd