• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদত ‘হাংগামা’: সুভাষ ঘাইৰ বিৰুদ্ধে মুখ খুলি কি ক’লে অভিনেত্ৰী মহিমাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2020 2:39 pm
mahima-1591664089

অভিনেত্ৰী মহিমা চৌধুৰী।

618
VIEWS
Share on FacebookShare on Twitter

বলীউদত নেপ’টিজম বা স্বজন-তোষণক লৈ বৰ্তমান চলি থকা ব্যাপক চৰ্চাৰ মাজতে এইবাৰ অভিনেত্ৰী মহিমা চৌধুৰীয়ে মুখ খুলিলে প্ৰসিদ্ধ পৰিচালক সুভাষ ঘাইৰ বিৰুদ্ধে।

অভিনেত্ৰী গৰাকীয়ে দাবী কৰে যে তেওঁক কাম নিদিয়াৰ বাবে কেইবাগৰাকী প্ৰযোজকক ‘পৰদেশ’ ছবিখনৰ পৰিচালকগৰাকীয়ে মেছেজ দিছিল।

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত মহিমাই কয় যে সুভাই ঘাইয়ে তেওঁক অপমান কৰিছিল। তেওঁ মহিমাক আদালতৰ মজিয়ালৈ টানি নিছিল আৰু তেওঁৰ প্ৰথম শ্ব’ বাতিল হোৱাটো বিচাৰিছিল।

মহিমাই ইয়াক তেওঁৰ বাবে এক মানসিক চাপ সৃষ্টি কৰা বিষয় আছিল বুলি অবিহিত কৰে।

তেওঁ লগতে কয় যে প্ৰযোজকসকলক মেচেজ পঠিয়াই সুভাষ ঘাইয়ে কৈছিল যে কোনোৱে যাতে মহিমাৰ সৈতে কাম নকৰে।

তেওঁ উনুকিয়াই দিয়ে যে ১৯৯৮ বা ১৯৯৯ চনৰ ট্ৰেড গাইড মেগাজিনত সুভাষ ঘাইয়ে এটা বিজ্ঞাপন দিছিল। তাত তেওঁ কৈছিল যে যদি কোনোৱে মহিমা চৈধুৰীৰ সৈতে কাম কৰিব বিচাৰে তেতিয়াহ’লে তেওঁলোকে তেওঁৰ সৈতে যোগাযোগ কৰিব লাগিব, নহ’লে চুক্তিভংগ হ’ব।

মহিমাৰ মতে সুভাষ ঘাইৰ অনুমতি ল’ব লাগিব বুলি কোৱাৰ দৰে প্ৰকৃততে তেনে কোনো চুক্তি নাছিল।

মহিমাই প্ৰকাশ কৰে যে সেই সময়ত তেওঁৰ কাষত বলীউদৰ মাত্ৰ কেইজনমানেহে থিয় দিছিল। তেওঁলোকৰ ভিতৰত আছিল চলমান খান, সঞ্জয় দত্ত, ডেভিড ধাৱান আৰু ৰাজকুমাৰ সন্তোষী। তেওঁলোকে ফোন কৰি মহিমাক সাহস দিছিল।

আনহাতে, সুভাষ ঘাইয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ মতে মহিমাৰ সৈতে সৰু বিবাদ এটা হৈছিল। সেয়া আছিল এক চুক্তি উলংঘাৰ ঘটনা যাৰ বাবে মহিমাই ক্ষমা বিচাৰিছিল।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd