• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুলাই ট্ৰেজেডি : মাজুলীত লালিগুড়ৰ বিক্ৰীত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
February 26, 2019 1:37 pm
molasses

ফটো : নৰ্থ-ইষ্ট নাও

469
VIEWS
Share on FacebookShare on Twitter

জনস্বাস্থ্যৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি কৰা আৰু সামাজিক পৰিবেশ বিঘ্নিত নোহোৱাৰ স্বাৰ্থত মাজুলী জিলাত লালিগুড়ৰ বিক্ৰী নিষিদ্ধ কৰিছে মাজুলী জিলা প্ৰশাসনে। মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ চিন্ময় নাথে আজি ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা এক আদেশৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰে।

অতিৰিক্ত জিলা দণ্ডাধীশ গৰাকীৰ আদেশটোত উল্লেখ কৰা হৈছে যে, মাজুলী জিলাতো একাংশ লোকে অবৈধ সুৰা প্ৰস্তুতৰ বাবে বিষাক্ত লালিগুড় ক্ৰয় কৰা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। এনে বিষাক্ত লালিগুড় খোৱাৰ অনুপযোগী হোৱাৰ লগতে ই জিলাখনত জনস্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। সেয়ে ইয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে অতিৰিক্ত জিলা দণ্ডাধীশ নাথে তাৎক্ষণিকভাৱে সমগ্ৰ মাজুলী জিলাতে বলৱৎ হোৱাকৈ জিলা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে লালিগুড়ৰ ক্ৰয়-বিক্ৰয় আৰু মজুতকৰণৰ ওপৰত সম্পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰি এই আদেশ জাৰি কৰে।

ইফালে এই নিষেধাজ্ঞা উলংঘন কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদেশটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা জিলাখনত বাহাল থাকিব।

Recent News

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd