• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাওত তিমিয়ে খুন্দা মৰাৰ ফলত অষ্ট্ৰেলিয়াত এজনৰ মৃত্যু; আঘাতপ্ৰাপ্ত আন এজন

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 8:37 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2.4k
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াত এটা তিমিয়ে নাওত খুন্দা মৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয়।

বিবিচিৰ বাতৰি মতে, ছিডনীৰ পৰা ১৪ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত লা পেৰ’জৰ পানীত এক মাছমৰা অভিযানত যোৱা তেওঁলোকৰ নাওখনত তিমিয়ে খুন্দা মাৰে।

নাওখন খালী আৰু ঘূৰি থকা দেখা পোৱাৰ পিছতে সতৰ্ক কৰা হয়।

এই অঞ্চলত তিমিৰ ফলত হোৱা মৃত্যুৰ ঘটনা বিৰল আৰু নিউ চাউথ ৱেলছৰ এগৰাকী প্ৰদেশিক মন্ত্ৰীয়ে ইয়াক “এটা একেবাৰে অদ্ভুত দুৰ্ঘটনা” বুলি অভিহিত কৰিছে।

আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, সম্ভাৱ্য সংঘৰ্ষত নাওখন হেলনীয়া হৈ পৰে আৰু দুয়োজন লোকক পানীলৈ পেলাই দিয়ে।

জল আৰক্ষীৰ ভাৰপ্ৰাপ্ত অধীক্ষক ছিওভান মুনৰোৱে কয় যে, ‘প্ৰাথমিক খবৰ অনুসৰি নাওখনৰ ওচৰত বা নাওখনৰ ওপৰলৈ এটা তিমি উঠি পৰিছিল।’

৬১ বছৰীয়া যুৱতীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

আনহাতে, ৫৩ বছৰীয়া দলপতিজনক পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।

অষ্ট্ৰেলিয়াৰ উপকূলত ১০টা ডাঙৰ আৰু ২০টা সৰু প্ৰজাতিৰ তিমি আছে। শনিবাৰে সংঘটিত হোৱা সংঘৰ্ষত কোন প্ৰজাতিৰ তিমি জড়িত আছিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। 

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd