• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 7:42 am
121
VIEWS
Share on FacebookShare on Twitter

সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভঙাৰ অভিযোগ। অভিযোগ কৰা হৈছে যে প্ৰতিমূৰ্তিটো ভাঙি পেলোৱাৰ উপৰিও ইয়াৰ ওপৰত থু পেলোৱা হৈছিল। এই অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত যুৱকজনৰ নাম জগদীপ সিং মাথাৰু। বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত থু পেলোৱা আৰু ভঙাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।

আৰক্ষীয়ে জনোৱা মতে, বি আৰ আম্বেদকাৰৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ লগতে প্ৰতিমূৰ্তিৰ কাষত সংবিধানৰ এটি প্ৰতিৰূপৰ (ৰেপ্লিকা) ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জগদীপ সিং মাথাৰুৱে মূৰত কাপোৰ মেৰিয়াই আম্বেদকাৰ প্ৰতিমূৰ্তিলৈ উঠি যোৱা চিৰি বগাই গৈছিল বুলি অভিযোগ উঠিছে। অভিযুক্ত যুৱকজনে আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভাঙিবলৈ আহিছে বুলি চিঞৰি একাধিকবাৰ থু পেলায়। একে সময়তে জগদীপে দাবী কৰিছিল যে তেওঁ আম্বেদকাৰ বা সংবিধানক নামানে।

অভিযোগ অনুসৰি, সেই কথা কোৱাৰ পিছতে মানুহজনে তেওঁৰ কাপোৰৰ পৰা ধাতুৰ বেজীৰ দৰে বস্তু এটা উলিয়াই আনে। ইয়াৰ লগে লগে তেওঁ চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰে নিৰ্মিত সংবিধানৰ প্ৰতিৰূপ ঘঁহিবলৈ ধৰিলে। তেওঁৰ এই কাৰ্য দেখি স্থানীয় একাংশ লোক আগবাঢ়ি আহে। তেওঁলোকেই আটক কৰি আৰক্ষীক খবৰ দিয়ে।

যুৱকজনে কিয় এনে কৰিলে সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। যুৱকজনক জেৰা কৰা হৈছে।

Recent News

আই এম এফৰ দাবী! নীতি আয়োগে ভাৰতক চতুৰ্থ বৃহত্তম অৰ্থনীতি বুলি কৰা দাবী ‘অবাস্তৱ’

আই এম এফৰ দাবী! নীতি আয়োগে ভাৰতক চতুৰ্থ বৃহত্তম অৰ্থনীতি বুলি কৰা দাবী ‘অবাস্তৱ’

ৰজা আহিব চিকিমলৈ : গতিকে পৰ্যয়কক বৃহস্পতিবাৰে পুৱা ৬ বজাৰ ভিতৰত গেংটক এৰি যাবলৈ নিৰ্দেশ

ৰজা আহিব চিকিমলৈ : গতিকে পৰ্যয়কক বৃহস্পতিবাৰে পুৱা ৬ বজাৰ ভিতৰত গেংটক এৰি যাবলৈ নিৰ্দেশ

ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী পাকিস্তান! বিদেশ ভ্ৰমণৰ মাজতে সদৰী কৰিলে পাক প্ৰধানমন্ত্ৰীয়ে

ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী পাকিস্তান! বিদেশ ভ্ৰমণৰ মাজতে সদৰী কৰিলে পাক প্ৰধানমন্ত্ৰীয়ে

পৰ্যটকৰ শংকা দূৰ কৰিবলৈ পেহেলগামতে কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

পৰ্যটকৰ শংকা দূৰ কৰিবলৈ পেহেলগামতে কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd