• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰ’ডেৰে মৰিয়াই পুত্ৰসহ পত্নীক হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 5:22 pm
Man found dead in Assam's Samaguri

প্ৰতিনিধিত্বমূলক ফটো

467
VIEWS
Share on FacebookShare on Twitter

এজন লোকে এডাল ৰ’ডেৰে নিজ পুত্ৰ আৰু পত্নীক মৰিয়াই হত্যা কৰাৰ খবৰ আহিছে।

ৰাজস্থানৰ শ্ৰীগঙ্গানগৰ জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো।

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি অনুসৰি শ্ৰীগঙ্গানগৰ জিলাৰ শ্ৰীকৰণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আয়ান গাঁৱত দেওবাৰে নিশা এজন ৫০ বছৰীয়া ব্যক্তিয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে।

‘সতনাম সিং নামৰ লোকজনে পত্নী বীৰপাল কৌৰ আৰু পুত্ৰ বালবিন্দৰ সিঙক এডাল ৰ’ডেৰে প্ৰহাৰ কৰি হত্যা কৰে আৰু দুয়োৰে থিতাতে মৃত্যু ঘটে।’ স্থানীয় আৰক্ষী বিষয়াই কয়।

লোকজনে ৰাতি হত্যাকাণ্ড সংঘটিত কৰি সোমবাৰে পুৱা স্থানীয় আৰক্ষী থানাত আত্মসমৰ্পণ কৰে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

ইতিমধ্যে স্থানীয় আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰক্ষীৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Recent News

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd