• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ!

by
February 9, 2025 6:28 pm
309
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত গোষ্ঠীগত হিংসাৰ প্ৰায় ২ বছৰৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ! মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যৰ ৰাজধানী ইম্ফলত ৰাজ্যৰ ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম News18য়ে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে অনাস্থা প্ৰস্তাৱৰ ভাবুকি তেওঁৰ পদত্যাগত নিৰ্ণায়ক ভূমিকা পালন কৰিছে।

মণিপুৰ বিধানসভাত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলগীয়া হোৱাৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ পূৰ্বে সিঙক দিল্লীলৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মাতি অনা হৈছিল। শ্বাহৰ বাসগৃহত ১৫ মিনিট ধৰি চলিছিল এই বৈঠক। সিং ডাঙৰীয়াৰ লগত বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ জন বিধায়ক উপস্থিত থাকে।

ইম্ফললৈ উভতি অহাৰ কিছু সময়ৰ পাছতে সিঙে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ আগবঢ়ায়। তেওঁৰ সৈতে মণিপুৰৰ দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টিৰ সম্বিত পাত্ৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱীও উপস্থিত থাকে।

Recent News

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd