• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধেয়ক সম্পৰ্কে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2019 2:04 pm
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

486
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে বহু বিতৰ্কিত বিধেয়কখনৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে অহা ২৮ জানুৱাৰিত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

উল্লেখ্য যে এই বিধেয়কৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে কংগ্ৰেছে বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে অনুৰোধ জনাই ৰাজ্যপাল নাজমা হেপতুল্লাক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কংগ্ৰেছে গ্ৰহণ কৰা এনে স্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্য মন্ত্ৰী সিঙে উক্ত সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে। টাইমছ অব ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ইফালে নৰ্থ-ইষ্ট ইণ্ডিয়া ডেভ’লপমেণ্ট পাৰ্টী (এন ই আই ডি পি)ৰ নেতা-কৰ্মীসকলে এই বিতৰ্কিত বিধেয়কৰ প্ৰতিবাদত নিজৰ প্ৰাণ বিসৰ্জন দিবলৈও সাজু আছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়।

এন ই আই ডি পিৰ অধ্যক্ষ নৰেংবাম সমৰজিৎ সিঙে বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে উত্তৰ-পূবৰ সকলো ৰাজনৈতিক দলকে এই বিধেয়কখনৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায়।

দলটোৱে বিধেয়কখন উত্তৰ-পূবৰ বাবে ভাবুকি স্বৰূপ বুলি মত প্ৰকাশ কৰি কয় যে এইখন আইনত পৰিণত হ’লে ইয়াৰ লোকে নিজস্ব স্বকীয়তা, সংস্কৃতিৰ লগতে অৰ্থনৈতিক তথা সামাজিকভাৱে বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

ইফালে মণিপুৰৰ ৬টা ছাত্ৰ সংগঠনে এই বিধেয়কখনৰ বিৰুদ্ধে অহা ৩০ জানুৱাৰিত দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনায়।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd