• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত ৪৪৯ গৰাকীলৈ বৃদ্ধি পালে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 8:40 am
642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪৪৯ গৰাকীলৈ বৃদ্ধি পাইছে। শনিবাৰে ৰাজ্যখনত ৬৪টা কোভিড পজিটিভ কেচ ধৰা পৰে।

কালি ধৰা পৰা ৬৪ গৰাকী আক্ৰান্তৰ ২৮ গৰাকী পুৰুষ আৰু ৩৬ গৰাকী মহিলা। ৰাজ্যখনৰ কোভিড-১৯ কমন কণ্ট্ৰল ৰূমৰ পৰা জাৰি এখন প্ৰেছ বিজ্ঞপ্তিত এইয়া জনোৱা হয়।

প্ৰেছ বিজ্ঞপ্তিটোত লগতে জনোৱা মতে উক্ত লোকজনৰ স্বাস্থ্য বৰ্তমান ঠিকেই আছে তেওঁলোকক কোভিড কেয়াৰ ফেচিলিটিত ৰখা হৈছে।

উল্লেখযোগ্য যে মণিপুৰত বৰ্তমানলৈকে ক’ৰ’নাত আক্ৰান্ত হোৱা ৪৪৯ গৰাকী ব্যক্তিৰ ৯১ গৰাকী সু্স্থ হৈ উঠিছে আৰু ৩৫৮ গৰাকী চিকিৎসাধীন হৈ আছে।

শনিবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিঙৰ অধ্যক্ষতাত ইম্ফলত কোভিড-১৯ৰ বিভিন্ন দিশ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

শেহতীয়া তথ্য মতে এই পৰ্যন্ত ৰাজ্যখনত ২৫,৬২৮ গৰাকী লোকৰ কোভিড-১৯ টেষ্ট কৰাৰ বিপৰীতে ৰাজ্যখনৰ বিভিন্ন প্ৰৱেশ পইণ্টত ২,৬৬,৬৩৪ গৰাকী ব্যক্তিৰ স্ক্ৰিনিং টেষ্ট কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

August 22, 2025 7:08 am
কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd