• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ হিংসাত্মক ঘটনাৰ মাজতে ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিলে চলচিত্ৰ পৰিচালক মায়াংলাম্বম ৰোমি মেইটেইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 4:46 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ হিংসাত্মক ঘটনাই ৰাজ্যখনক অস্থিৰ কৰি ৰখাৰ সময়তে মণিপুৰ তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মণিপুৰৰ এগৰাকী যুৱ চলচিত্ৰ পৰিচালকে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৯ সংখ্যক কাজান আন্তঃৰাষ্ট্ৰীয় মুছলমান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিছে মণিপুৰৰ চলচ্চিত্ৰ নিৰ্মাতা মায়াংলাম্বম ৰোমি মেইটেইয়ে।

তেওঁৰ প্ৰথমখন অবাণিজ্যিক ছবি ‘ইখোইগি ইউম’ (আমাৰ ঘৰ) য়ে কঠোৰ প্ৰতিযোগিতাৰ মাজতে এই সন্মানীয় সন্মান লাভ কৰে, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১২৭ খন ছবিয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰিছিল।

কিন্তু এই উল্লেখযোগ্য কৃতিত্বৰ পিছতো তেখেত সুখী হ’ব পৰা নাই। মায়াংলাম্বম ৰোমি মেইটেইয়ে প্ৰকাশ কৰে, “মণিপুৰত কোনো সংঘাত নথকা হ’লে এই বঁটা লাভ কৰি মই অধিক সুখী হ’লোহেঁতেন।

‘‘সংঘৰ্ষই মণিপুৰত হাজাৰ হাজাৰ লোকক গৃহহীন কৰি তুলিছে, আৰু এই পৰিস্থিতিত বঁটা লাভ কৰাটো অৰ্থহীন যেন লাগে” – লগতে তেওঁ কয়।

উল্লেখ্য যে বঁটাপ্ৰাপ্ত ৮৯ মিনিটৰ এই ছবিখনে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদৰ আশে-পাশে শ্বুটিং কৰিছিল।  এই হ্ৰদৰ আশে পাশে বাস কৰা মাছমৰীয়া সম্প্ৰদায়ৰ  লোকসকলে চৰকাৰৰ পৰা উচ্ছেদৰ জাননীৰ সন্মুখীন হোৱা ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা কৰা হৈছে এই ছবিখন। 

উচ্ছেদৰ জাননীয়ে এই সাধাৰণ লোকসকলক জীৱিকাৰ সন্ধানত নিজৰ ঠাই এৰি যাবলৈ বাধ্য কৰিছে তথা উচ্ছেদে কিদৰে তেওঁলোকৰ জীৱনলৈ দুখ-যন্ত্ৰণা কঢ়িয়াই আনিছে সেয়া ছবিখনৰ মাজেৰে দাঙি ধৰা হৈছে। 

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় মঞ্চত মায়াংলাম্বাম ৰোমি মেইটেইৰ স্বীকৃতিয়ে তেওঁৰ কলাত্মক দক্ষতাক মূল্য দিয়াই নহয়, এই বঁটাই শান্তি আৰু স্থিতিশীলতাৰ বাবে হাহাকাৰ কৰি থকা মণিপুৰবাসীৰ কথাও আন্তঃৰাষ্ট্ৰীয় মজিয়াত দাঙি ধৰিছে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd