• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিংসাজৰ্জৰ মণিপুৰত সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 1:05 pm
229
VIEWS
Share on FacebookShare on Twitter

অগ্নিগৰ্ভা হৈ উঠিছে মণিপুৰ; অব্যাহত আছে হিংসাজৰ্জৰ পৰিস্থিতিৰ। হিংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধৰ দোহাই দি আছে যোৱা এমাহতকৈও অধিক সময় ৰাজ্যখনত কৰ্তন হৈ আছে ইণ্টাৰনেট সেৱা। অৱশেষত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ইণ্টাৰনেট সেৱা পুনৰ লাভ কৰিব মণিপুৰৰ জনসাধাৰণে।

ৰাজ্যৰ কেইবাগৰাকীও ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মণিপুৰ উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ যোগে ৰাজ্য চৰকাৰক কিছুমান নিৰ্দিষ্ট স্থানত জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা কষ্টৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জনসাধাৰণৰ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহ উপলদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে।

শুকুৰবাৰে ৰাজ্যত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাবে ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ গোট শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অহন্তেম বিমোল সিং আৰু এ গুণেশ্বৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে, বিগত ৪ মে’ৰ পৰা ইণ্টাৰনেট নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে মণিপুৰ।

আদালতে লগতে ভোডাফোন, আইডিয়া, জিঅ’, বিএছএনএল আৰু এয়াৰটেল আদি টেলিকম কোম্পানীসমূহক ছ’চিয়েল মিডিয়া ৱেবছাইট সমূহ বন্ধ কৰি ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ কোনো সম্ভাৱনীয়তা আছে নেকি সেই বিষয়ে ব্যাখ্যা কৰি এক চুটি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

বিচাৰপীঠে এই গোচৰসমূহৰ পৰৱৰ্তী শুনানি অহা ২৩ জুনত নিৰ্ধাৰণ কৰিছে। উল্লেখ্য যে, এমাহৰো অধিক সময় ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। লগতে গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক।

Recent News

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd