• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ শান্তি আলোচনাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠকক ৰাজনৈতিক নাটক আখ্যা ক’ক’মিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 7:24 pm
94
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে মেইটেই আৰু কুকি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। ২০২৩ চনৰ মে’ মাহৰ পৰা দুয়োটা জনগোষ্ঠীৰ সংঘাতৰ বাবে মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আহিছে। ২৩ বৰ্ষৰ পৰা এই সংঘাত মীমাংশাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে মেইটেই আৰু কুকি সম্প্ৰদায় মুখামুখি অলোচনাত বহিছে।

আৱশ্যে মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতি (ক’ক’মি) য়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকক তীব্ৰ সমালোচনা কৰি এই বৈঠক খন ৰাজনৈতিক নাটকৰ বাদে আন একো নহয় বুলি মত প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দিয়া ‘ভুল তথ্য’ক শক্তিশালী কৰা উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা বুলি দাবী কৰিছে ক’ক’মিয়ে।

সংগঠনটোৱে দিল্লীত হোৱা এই অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত আছে। ভাৰত চৰকাৰে মণিপুৰৰ সংঘাতক কেৱল মীটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ জাতিগত বিবাদ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে এই বৈঠকে সংঘাতৰ প্ৰকৃত আৰু জটিল কাৰণবোৰক আওকাণ কৰিব বুলিও উল্লেখ কৰিছে কৰিছে সংগঠনটোৱে। এই সংঘাতত কুকিৰ সৈতে জড়িত সন্ত্ৰাসবাদী গোট আৰু ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলা প্ৰক্সি যুদ্ধৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে ২০২৩ চনৰ হিংসাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপক পক্ষপাতমূলক বুলিও অভিযোগ উত্থাপন কৰিছে।

ইম্ফলত হোৱা পূৰ্বৰ বৈঠকৰ কথা উল্লেখ কৰি সংগঠনটোৱে উল্লেখ কৰে যে মণিপুৰৰ জনতাই কেন্দ্ৰীয় চৰকাৰক নিৰপেক্ষ শান্তিৰ মধ্যস্থতাকাৰী হিচাপে নহয়, সংঘাতৰ এটা পক্ষ হিচাপেহে চাই। তেওঁলোকে ২০০৫ চনৰ SoO চুক্তিৰ অধীনত বিদেশী সশস্ত্ৰ গোটক আশ্ৰয় দিয়াৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ যোগ্য যে কোক’মিয়ে শান্তি প্ৰক্ৰিয়াৰ মণিপুৰত আইনৰ শাসন কঠোৰভাৱে প্ৰয়োগ কৰা, পাহাৰীয়া অঞ্চলৰ সশস্ত্ৰ গোট, বিশেষকৈ SoOৰ অধীনৰ গোটসমূহক নিষ্ক্ৰিয় কৰা, উগ্ৰপন্থীৰ বিৰুদ্ধে গোচৰ চলোৱা আৰু তেওঁলোকৰ দুৰ্গ ভাঙি পেলোৱা SoO চুক্তি বাতিল কৰা। ৰাজ্যত মুক্ত চলাচল পুনৰুদ্ধাৰ কৰা আৰু অবৈধ অনুপ্ৰৱেশ, সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ মূল কাৰণসমূহৰ স্বীকৃতি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে। যেতিয়ালৈকে সন্ত্ৰাসমুক্ত পৰিৱেশ পুনৰ স্থাপন নহয়, তেতিয়ালৈকে কোনো শান্তি আলোচনা সফল নহ’ব বুলিও মত প্ৰকাশ কৰিছে।

Recent News

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd