• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইডব্লিউএফ ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2021 1:37 pm
Bindyarani Devi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ভাৰোত্তোলক এছ বিন্দিয়াৰাণী দেৱীয়ে উজবেকিস্তানৰ তাচখন্দত চলি থকা ২০২১ চনৰ আইডব্লিউএফ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে।

তেওঁ মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ক্লিন এণ্ড জাৰ্কত সোণৰ পদক জয়ী হয়।

২২ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে ক্লিন এণ্ড জাৰ্কত ১১৪ কিলোগ্ৰাম উত্তোলন কৰি সোণৰ পদক নিশ্চিত কৰে। অৱশ্যে সামগ্ৰিকভাৱে ৫৫ কিলোগ্ৰাম শাখাত চতুৰ্থ স্থানত থাকে খেলুৱৈ গৰাকী।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (ছাই) ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বিন্দিয়াৰাণীৰ জয় নিশ্চিত কৰিছে।

“আইডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২১ত ভাৰতৰ বাবে প্ৰথম টো সোণৰ পদক। এছ. বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্ৰাম ইভেণ্টত ১১৪ কিলোগ্ৰাম লিফ্টৰ সৈতে ক্লিন এণ্ড জাৰ্ক শ্ৰেণীত স্বৰ্ণ জয় কৰে আৰু সামগ্ৰিকভাৱে ৪ৰ্থ স্থান লাভ কৰে। বিন্দিয়াৰাণীৰ সফল প্ৰচেষ্টা। বহুত অভিনন্দন।” ছাই-এ টুইট কৰিছে।

 

1st🥇for 🇮🇳 at IWF World Championships 2021 🙂

S. Bindyarani Devi 🏋️‍♀️wins GOLD 🥇 in Clean & Jerk category with a lift of 114kg in Women’s 55kg event, finishing 4th overall

Great effort by Bindyarani👏
Many congratulations 💐
1/2 pic.twitter.com/hqg0q4bSB4

— SAI Media (@Media_SAI) December 9, 2021

ড’নাৰ মন্ত্ৰালয়ে বিদ্যৰাণীক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

“সাহস, গৌৰৱ, সোণ। মহিলাৰ ৫৫ কেজি ক্লিন এণ্ড জাৰ্ক শ্ৰেণীত ১১৪ কেজিৰ সৰ্বশ্ৰেষ্ঠ লিফ্টৰ সৈতে স্বৰ্ণ পদক জয় কৰাৰ বাবে শ্ৰীমতী এছ বিন্দিয়াৰাণী দেৱীক আন্তৰিক অভিনন্দন। চেম্পিয়নলৈ অলেখ অভিবাদন।” ডনাৰ মন্ত্ৰালয়ে টুইট কৰিছে।

GUTS……GLORY…….GOLD🥇

Heartiest Congratulations to Ms. S. Bindyarani Devi for winning the Gold medal in Women’s 55 KG Clean and Jerk Category at #IWFWorldChampionships with a best lift of 114 KG

📍A BILLION SALUTE TO THE CHAMPION🇮🇳🇮🇳#Weightlifting 🏋️‍♀️ pic.twitter.com/S501yYgM2m

— MDoNER India (@MDoNER_India) December 10, 2021

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd