• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ জ্যেষ্ঠ সাংবাদিক য়াম্বেম লাবাক বন্দুকধাৰীয়ে অপহৰণ কৰি নিয়াৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 1:11 pm
263
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক মঙলবাৰে পুৱা অচিনাক্ত লোকে অপহৰণ কৰাৰ খবৰ পোৱা গৈছে।

ইম্ফলৰ উৰিপক ইয়াম্বেম লেইকাইত থকা বাসগৃহৰ পৰা অচিনাক্ত সশস্ত্ৰ ব্যক্তিয়ে অপহৰণ কৰে দ্য ষ্টেটছমেনৰ বিশেষ সংবাদদাতা য়াম্বেম লাবাক।

পুৱতি নিশা প্ৰায় ৩:৩০ বজাত ঘটনাটো সংঘটিত হয়। পৰিয়ালৰ লোকে জনোৱা মতে, অস্ত্ৰধাৰী ব্যক্তিকেইজনে বলপূৰ্বক বাসগৃহত প্ৰৱেশ কৰি বন্দুকৰ দেখুৱাই লাবাক লৈ যায়।

উল্লেখ্য যে এইবাৰে লাবা প্ৰথমবাৰৰ বাবে ভয়-ভাবুকিৰ সন্মুখীন হোৱা নাই।

ইয়াৰ পূৰ্বে চাৰি মাহত দুবাৰকৈ তেওঁৰ বাসগৃহত আক্ৰমণ চলোৱা হৈছিল। সশস্ত্ৰ উগ্ৰপন্থীয়ে তেওঁৰ ঘৰত গুলীচালনা কৰিছিল।

ইয়াৰ উপৰিও ২০২৩ চনৰ অক্টোবৰ মাহত অপৰাধমূলক ভাবুকি দেখুৱাই লাবাক গ্ৰেপ্তাৰ কৰা হৈছিল।

জ্যেষ্ঠ সাংবাদিক তথা মণিপুৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য লাবাই অঞ্চলটোক প্ৰভাৱিত কৰা বিভিন্ন বিষয়ত সৰৱ হৈ আহিছে। শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ফোন টেপিং ঘটনা সন্দৰ্ভত লাবাই দাখিল কৰা এটা গোচৰ গ্ৰহণ কৰিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd