• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাস সৃষ্টিৰে ষষ্ঠ বাৰৰ বাবে বিশ্ব চেম্পিয়ন অপ্ৰতিৰোধ্য মেৰী কম

চকুলো টুকি দৰ্শকক কৃতজ্ঞতা বক্সিং সম্ৰাজ্ঞী মেৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 5:12 pm
Mary_Kom_Main

মেৰীকমৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত য়ুক্ৰেইনৰ প্ৰতিদ্বন্দ্বী হন্ন অখ’টাক ৫-০ স্পষ্ট ব্যৱধানত হৰুৱাই ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ মেৰী কমে ষষ্ঠ বাৰৰ বাবে বিশ্ব খিতাপ দখল কৰিছে।

আজিৰ জয়েৰে তেওঁ বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিপত বিৰল ইতিহাস সৃষ্টি কৰে। তেওঁৰ বাদে ইমান সংখ্যক বাৰ বিশ্ব খিতাপ দখল কৰিছে কেৱল কিউবাৰ পুৰুষ বক্সাৰ ফেলিক্স ছেভনে (Felix Savon)।

ইপিনে মেৰী কমৰ সমান কোনো মহিলাই ইমানকেইবাৰ খিতাপ দখল কৰিব পৰা নাই। মেৰীৰ বাদে আয়াৰলেণ্ডৰ কাটি টেইলৰ (Katie Taylor) সৰ্বাধিক পাঁচবাৰ বিশ্ব চেম্পিয়ন হৈছিল। মেৰী কমে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিত মুঠ ৭বাৰ অংশগ্ৰহণ কৰি ৬বাৰেই বিশ্ব চেম্পিয়ন হৈছে আৰু এবাৰ ৰূপৰ পদক পাইছে, যিটো পুৰুষ অথবা মহিলা, দুয়ো ভাগতে এটা অভিলেখ। বৰ্তমান ৩টি পুত্ৰ সন্তানৰ মাক মেৰীয়ে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদকো পাইছিল।

Coming up next!

2nd 🇮🇳in the fray, #Sonia to take the ring shortly for her summit clash against 🇩🇪's OG Wahner in the 57 kg category as she aims to create history winning the 🥇on her debut! Come on girl, the nation's behind you! #PunchMeinHainDum #AIBA #WWCHs2018 pic.twitter.com/p1DdYtxC8X

— Boxing Federation (@BFI_official) November 24, 2018

আজি বিশ্ব খিতাপ দখল কৰাৰ পিছত ৰিঙত নিজৰ চকুপানী ধৰি ৰাখিব নোৱাৰিলে মণিপুৰৰ ৩৫ বছৰীয়া বক্সাৰগৰাকীয়ে।

“আজি যিসকল দৰ্শকে মোক উৎসাহ দিছিল তেওঁলোকক আৰু ভাৰতীয় দলৰ কৰ্মকৰ্তাসকলক, যিসকলে মোক যোৱা বেছ কিছু বছৰ ধৰি সমৰ্থন দি আহিছে, সকলোলৈকে মোৰ কৃতজ্ঞতা।” অন্তিম বাউট জয়ী হোৱাৰ পিছতে সেমেকা দুচকুৰে মেৰীয়ে কয়।

টুইট যোগে কৃতজ্ঞতা প্ৰকাশ কৰিলে মেৰী কমে

বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পিছতে ৩টা সন্তানৰ মাতৃ, ৩৫ বছৰীয়া মেৰী কমে তেওঁৰ প্ৰশিক্ষক, ভাৰতীয় বক্সিং ফেডাৰেইশ্যনৰ কৰ্মকৰ্তা, সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। “মই মোৰ কৰিব লগীয়াখিনি কৰিলো। মই মোৰ প্ৰশিক্ষক, কৰ্মকৰ্তাসকলক কৃতজ্ঞতা জনাইছো।” মেৰীয়ে নিজৰ টুইটত লিখে।

I have fulfilled my duty. I thank my coaches, support staffs @BFI_official @IndiaSports @Media_SAI for all the supports and beloved in me. pic.twitter.com/DbocgISmSH

— M C Mary Kom OLY (@MangteC) November 24, 2018

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd