• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
April 18, 2022 6:46 am
ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ ওৰাঙৰ ২নং শইকীয়া চুবুৰী গাঁওৰ নামঘৰত  দেওবাৰে ৬০ বছৰীয়া বৃদ্ধ বদ্ধাকে ধৰি ২৯গৰাকী দম্পতিৰ ৰাজহুৱা শুভ বিবাহ অনুষ্ঠিত হৈ যায়৷ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত আয়োজিত এই সমূহীয়া বিৱাহ অনুষ্ঠানত পূৰ্বতে যি সকলে ছোৱালী পলুৱাই আনিছিল কিন্ত অৰ্থৰ অভাৱত আনুষ্ঠানিক বিবাহকাৰ্য কৰিব পৰা নাছিল বা যিসকলে অলপতে ছোৱালী পলুৱাই আনি মাল্যবৰণ কৰি ঘৰ-সংসাৰ পাতিছিল কিন্ত সামাজিক স্বীকৃতি লাভ কৰা নাছিল তেনে দম্পতিৰ সামূহিক বিবাহ হৈ যায় ৷

মানুহৰ জীৱনত জন্ম, বিৱাহ আৰু মৃত্যু এই তিনিটা কাৰ্য হেনো সুকলমে সমাধা কৰিব লাগে ৷ বিবাহক এক অতি পবিত্ৰ আৰু শুভ কাৰ্য বুলি গণ্য কৰিয়েই গাঁওখনৰ ৰাইজে বহি এক আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই দিনটোতে এই সামূহিক বিবাহৰ আয়োজন কৰে ৷

এই বিবাহ অনুষ্ঠানত একাংশ ষাঠি বছৰ উৰ্ধৰ দম্পতিয়েও অংশ গ্ৰহণ কৰে ৷ তেওঁলোকৰ পুত্ৰ- কন্যা, বোৱাৰী ,নাতি-নাতনীয়েও এই বিৱাহৰ সাক্ষী হৈ ৰয়৷ হোমযজ্ঞৰে অনুষ্ঠিত এই সামূহিক বিবাহৰ যোগেদি এই দম্পতি সকলক ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰা হয় ৷

ইয়াৰে অধিকাংশই টকা পইচা অভাব আদিৰ বাবে সময়ত শুভ বিবাহ কৰিব নোৱাৰাত এই দিনটোত তেওঁলোকে আনন্দিত হোৱা বুলি ব্যক্ত কৰিছে ৷ ব্যতিক্ৰমী এই সামূহিক বিবাহ অনুষ্ঠানৰ বিষয়টো অঞ্চলটোত ব্যাপকভাৱে চৰ্চিত হৈছে ৷  

চাজিদ খান, ওদালগুৰি

চাজিদ খান, ওদালগুৰি

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am
পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd