• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অশোক সিংহলৰ বিভাগত নিবিদাৰ নামত ব্যাপক দুৰ্নীতি : বক্ৰপথেৰে ঠিকা লাভ দুই কোম্পানীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 5, 2024 12:18 pm
137
VIEWS
Share on FacebookShare on Twitter

পোহৰলৈা আহিছে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ তথ্য। সিংহলৰ অধীনত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত নিবিদাৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল হৈছে।

সিংহলৰ তত্বাৱধানত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ে ৬৫ কোটি টকা (৬৫,৫৮,১৮,৮২২ টকা)তকৈ অধিক মূল্যৰ নিবিদা বিতৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৌৰ প্ৰশাসন সঞ্চালকালয়ে অসমৰ ৩৯টা পৌৰ নিগমৰ লিগেচি ৱেষ্ট ৰিমেডিয়েশ্যন চাৰ্ভিচেছ বা আৱৰ্জনা ব্যৱস্থাপনাৰ নিবিদা জাননী জাৰি কৰিছিল। অসংখ্য আৱেদন লাভ কৰাৰ পাছতো অশোক সিংঘলৰ অধীনত বিভাগটোৱে উপযুক্ত বিকল্পক উপেক্ষা কৰি কমিছনৰ ভিত্তিত চুক্তিসমূহ অৰ্পণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সৌৰভ আগৰৱালা নেতৃত্বাধীন ‘দয়া চৰণ এণ্ড সন্স’ আৰু ‘কল এণ্ড ফিক্স’ৰ যৌথ উদ্যোগক নিবিদা প্ৰদান কৰিছে বিভাগটোৱে। বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ জৰিয়তে আৱৰ্জনা পেলোৱা ঠাই পৰিস্কাৰ কৰাৰ বাবে নিবিদা জাননীত কেইবাটাও চৰ্ত উল্লেখ কৰা হৈছিল। কিন্তু নিৰ্ধাৰিত চৰ্ত উলংঘা কৰি কল এণ্ড ফিক্স আৰু দয়া চৰণ এণ্ড সন্সৰ হাতক এই কামৰ ঠিকা প্ৰদান কৰা হয়।

নিবিদা জাননীত উল্লেখ কৰা কেইবাটাও চৰ্ত এই যৌথ উদ্যোগটোৱে উলংঘা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে এটা চৰ্ত হৈছে যে এই ক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ দাখিল কৰাটো বাধ্যতামূলক আছিল। কিন্তু সংবাদ মাধ্যমে লাভ কৰা নথি-পত্ৰসমূহৰ পৰা স্পষ্ট হৈ পৰিছে যে কোম্পানী দুটাই সেই ক্ষেত্ৰত কাম কৰা অভিজ্ঞতাৰ প্ৰমাণ দাখিল কৰা নাই।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd