• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ মাহৰ মূৰত খোল খালে বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 10:34 am
vaishno-devi-temple-.
623
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে বন্ধ হৈ থকা কাশ্মীৰৰ বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ আজি খোল খালে।

দেশত ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে যোৱা ১৮ মাৰ্চত ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছিল বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ।

সুদীৰ্ঘ পাঁচ মাহৰ অন্তত কাশ্মীৰৰ চৰকাৰে যোৱা ১১ আগষ্টত লোৱা সিদ্ধান্ত অনুসৰি দেওবাৰৰ পৰা কেতবোৰ বিশেষ বাধা-নিষেধৰ মাজেৰে বৈষ্ণো দেৱীৰ যাত্ৰাপুনৰ আৰম্ভ হয়।

কাশ্মীৰ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰথমাৱস্থাত কেৱল ২০০০ ভক্তইহে বৈষ্ণো দেৱী মন্দিৰলৈ যাব পাৰিব।

২০০০ ভক্তৰ ভিতৰৰে ১৯০০ গৰাকী ভক্তই হ’ব কাশ্মীৰৰ আৰু কাশ্মীৰৰ বাহিৰৰ মাত্ৰ ১০০ গৰাকী ভক্তইহে এই যাত্ৰাত ভাগ লব পাৰিব।

কাশ্মীৰৰ বাহিৰৰ পৰা অহা ভক্ত সকলে বাধ্যতামূলকভাৱে ক’ৰ’ণা ভাইৰাছৰ এণ্টিজেন পৰীক্ষা কৰোৱাব লাগিব।

একেদৰে কাশ্মীৰৰ যিকেইখন জিলাক ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰেড জিলা ঘোষণা কৰা হৈছে তেনে জিলাৰ ভক্ত সকলেো ক’ৰ’ণা ভাইৰাছৰ এণ্টিজেন পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰা হৈছে।

এইবাৰ নিশাৰ ভাগত বৈষ্ণো দেৱীৰ দৰ্শন বন্ধ থাকিব আৰু পুৱাৰ আৰতিতো কোনো ভক্তই ভাগ লব নোৱাৰিব।

তদুপৰি ভক্ত সকলে মাতা ভৱনত নিশা যাপন কৰিব নোৱাৰিব। দহ বছৰৰ তলৰ শিশু সকলক এই যাত্ৰাত ভাগ লবলৈ দিয়া নহ’ব।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd