• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Struggling For Livelihood: দুখুনী মাতৃৰ জীৱন সংগ্ৰাম; নিশাও কনমানি সন্তানক লৈ পাঠশালাৰ পথত বিচাৰি ফুৰে পেলনীয়া বটল

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
December 7, 2021 12:08 pm
struggling for livelihood

ফটো: নৰ্থইষ্ট নাও।

2.6k
VIEWS
Share on FacebookShare on Twitter

Struggling For Livelihood পাঠশালাৰ এগৰাকী মাতৃৰ কঠিন জীবন সংগ্ৰামৰ কাহিনী এয়া। নিজৰ ছবছৰীয়া কণমানি ছোৱালীজনীক লৈ নিশাও ৰাজপথত বিচাৰি ফুৰে পেলনীয়া বটল l প্ৰতিদিনে চলে মহিলাগৰাকীৰ এনে জীৱন সংগ্ৰাম l

যি সময়ত পাঠশালাৰ ৰাইজ নিদ্ৰাদেৱীৰ কোলাত পৰে, যি সময়ত আপোনাৰ মোৰ সন্তান শীতৰ ক্ষণত জিৰণি লয়, সেই সময়তে এগৰাকী মাতৃয়ে নিজৰ কণমানি ৬ বছৰীয়া ছোৱালীকলৈ প্ৰতিদিনে পাঠশালা নগৰত প্লাষ্টিকৰ বটল বা পেলনীয়া সামগ্ৰী বিচাৰি ফুৰে।

 এই বটলবোৰ পিছদিনা বিক্ৰী কৰি মহিলাগৰাকীয়ে ১০০ বা ১৫০ টকা লাভ কৰে।

কঠিন পৰিৱেশত এতিয়া এই মাতৃগৰাকীয়ে দুই সন্তানৰ দায়িত্ব পালন কৰিছে l   কালি নিশা প্ৰায় ১০বাজি ৪৫ মিনিট যোৱাৰ সময়তো মহিলাগৰাকীক দেখা গ’ল পথৰ দাঁতিত পেলনীয়া বটল বিচাৰি ফুৰা।  

Also Read: কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন; জাঁজীমুখৰ অমিয়ই সৰিয়হ খেতিৰে দেখুওৱাইছে আদৰ্শ

পাঠশালাত ভাড়াতীয়া হিচাপে থকা স্বামীহাৰা মহিলাগৰাকীয়ে ৰাতিপুৱাৰে পৰা এখন চাহ দোকানত বাচন-বৰ্তন ধোৱা কাম কৰি নিশা এনেদৰে কঠোৰ পৰিশ্ৰম কৰি নিজৰ লগতে দুই সন্তানৰো পেটৰ ভাতমুঠি মোকলাইছে l

চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এই মহিলাগৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে কোনো হৃদয়বান লোকৰ এধানি দৃষ্টি আশা কৰিব পাৰেনে? কিয়নো চৰকাৰৰ দৃষ্টিত তেওঁ যে হিতাধিকাৰী হোৱাৰ যোগ্যতাও লাভ কৰা নাই! 

Recent News

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd