• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দনকুপাৰ ৰয়ৰ মৃত্যু: সোমবাৰে শ্বিলং পাবহি মৃতদেহ, তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2019 12:03 am
Meghalaya govt declares three-day state mourning for Donkupar Roy

দনকুপাৰ ৰয়। ছবি সৌজন্য-- WeTheNagas

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় বিধান সভাৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্য মন্ত্ৰী দনকুপাৰ ৰয়ৰ মৃতদেহ সোমবাৰে শ্বিলঙলৈ অনা হ’ব।

পুৱাই নতুন দিল্লীৰ পৰা তেওঁৰ নশ্বৰ দেহ বিমানযোগে শ্বিলংস্থিত বাসগৃহলৈ অনা হ’ব।

ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ উদ্দেশ্যে সোমবাৰে তেওঁৰ নশ্বৰ দেহ ৰাজধানীস্থিত আৱাসতে ৰখা হ’ব।

প্ৰবীণ ৰাজনীতিকজনৰ মৃত্যুত মেঘালয় চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

২৯ৰ পৰা ৩১ জুলাইলৈ এই সময়চোৱাত সকলো চৰকাৰী কাৰ্য্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব।

এই সময়চোৱাত চৰকাৰী কোনোধৰণৰ মনোৰঞ্জন কাৰ্য্যসূচী অনুষ্ঠিত নহ’ব।

ৰয়ৰ মৃত্যুত শোক প্ৰকাশৰ বাবে ৩১ জুলাইত ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আৰু ন্যায়িক আদালত বন্ধ ৰখা হ’ব।

সেইদিনাই নিজ সমষ্টি ছেলাত তেওঁৰ অন্তিম সৎকাৰ হ’ব।

৩০ জুলাইত শ্বিলঙৰ পৰা তেওঁৰ দেহ চ’হৰালৈ লৈ যোৱা হ’ব আৰু তাতে ৰাজ্যিক মৰ্য্যাদাৰে অভিবাদন জনোৱা হ’ব।

মেঘালয়ৰ মুখ্য সচিবে দেওবাৰে এই সম্পৰ্কীয় জাননী (MEMO NO. GAA.78/93/127-A) জাৰি কৰিছে।

দেওবাৰে আবেলি ২.৫০ বজাত গুৰুগ্ৰামৰ মেদান্তা মেদিচিতি হস্পিটেলত ৬৫ বছৰীয়া ৰাজনীতিকজনৰ মৃত্যু হৈছিল।

চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লোৱা ৰয় পেটৰ অসুখৰ বাবে যোৱা ১৮ জুলাইৰ পৰা হস্পিটেলখনত ভৰ্তি হৈ আছিল।

কনৰাদ চাংমা চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেদ দে’মক্ৰেতিক পাৰ্টিৰ মুৰব্বী দনকুপাৰ ৰয় ৰাজ্যখনৰ সৰ্বাধিক কালৰ বিধায়ক আছিল।

১৯৮৮ চনত ইষ্ট খাছি হিলছৰ ছেলা সমষ্টিক নিৰ্দলীয়ৰূপে প্ৰতিনিধিত্ব কৰা দনকুপাৰ ৰয় মেঘালয় বিধান সভালৈ মৃত্যুৰ সময়লৈকে একেৰাহে বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

২০১৮ চনৰ নিৰ্বাচনৰ পিছত ৰয় মেঘালয় বিধান সভাৰ অধ্যক্ষৰ পদত অধিস্থিত হৈছিল।

মেঘালয় বিধান সভাত বৰ্তমান ইউ দি পিৰ ৬গৰাকী বিধায়ক আছে। তাৰে তিনিগৰাকীয়ে কনৰাদ চাংমা চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

২০০৮ত ওলোমা বিধান সভা নিৰ্বাচনী ফলাফলৰ পিছত আন কিছু দলৰ সমৰ্থনত মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰি দনকুপাৰ ৰয় মুখ্য মন্ত্ৰীৰ আসনত বহিছিল।

২০০৮ চনৰ ১৯ মাৰ্চৰ পৰা পৰৱৰ্তী বছৰৰ ১৮ মাৰ্চলৈকে তেওঁ সম্পূৰ্ণ এবছৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পদত আছিল।

উত্তৰ-পূবত বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত যোৱা ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰোধ কৰি দনকুপাৰ ৰয়ৰ দল ইউ দি পিয়ে বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance) ত্যাগ কৰিছিল।

অভিজ্ঞ ৰাজনীতিকজনৰ মৃত্যুত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমা, প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Deeply saddened by the untimely demise of Speaker of Meghalaya Assembly Dr Donkupar Roy. We have lost a leader, a mentor, who had dedicated his life for the service of the people. May Almighty provide strength to his family in this hour of grief. May his soul RIP ?

— Conrad Sangma (@SangmaConrad) July 28, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd