• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাই বঢ়াইছে চিন্তা, ছিডনীৰ বিপৰীতে এইখন ষ্টেডিয়ামত হ’ব পাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 2:44 pm
819
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ ছিডনীত শেহতীয়াভাৱে দেখা দিয়া ক’ৰ’না ভাইৰাছৰ নতুন সংক্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া তৃতীয়খন টেষ্ট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক প্ৰশ্ন চিহ্নই দেখা দিছে।

অৱশ্যে, ক্ৰিকেট অষ্ট্ৰেলিয়াই ইয়াৰ বাবে আন এটা বিকল্পও প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে ছিডনীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও আমি মূল কাৰ্য্যসূচী অনুসৰিয়েই তৃতীয় টেষ্ট অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলাই আছে।

কিন্তু পৰিস্থিতি উন্নত নহ’লে, মেলবৰ্ণক তৃতীয় টেষ্টৰ বিকল্প হিচাপে ৰখা হৈছে।

ছিডনীৰ উত্তৰ তীৰত নতুনকৈ ক’ৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত ৭ জানুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্টক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

মেলবৰ্ণত ২৬ ডিচেম্বৰৰ পৰা বক্সিং ডে টেষ্ট আৰম্ভ হ’ব আৰু লগতে তৃতীয়খন টেষ্টৰ বাবেও বিকল্প হিচাপে ৰখা হৈছে।

‘আমি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডক তৃতীয় আৰু গাবাক চতুৰ্থ টেষ্ট অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ সুযোগ দিম’, ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতিত কয়।

বিবৃতিটোত লগতে কোৱা হয়, ‘যদি ছিডনীত পৰিস্থিতি উন্নত নহয়, জৰুৰীকালীন পৰিকল্পনাৰ অধীনত, আমি ভিক্টোৰিয়া চৰকাৰৰ সহযোগত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতে তৃতীয়খন টেষ্ট আয়োজন কৰিম আৰু চতুৰ্থ টেষ্ট ব্ৰিছবেনত অনুষ্ঠিত হ’ব। অৱশ্যে, চূড়ান্ত সিদ্ধান্তটো বক্সিং ডে টেষ্টৰ সময়ত লোৱা হ’ব’।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ আভ্যন্তৰীণ মুখ্য কাৰ্যবাহী নিক হকলে কয় যে বৃহস্পতিবাৰে কয় যে মেলবৰ্ণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত একেৰাহে দুখন টেষ্ট অনুষ্ঠিত কৰিবলৈ সাজু কিন্তু তেওঁ নতুন বছৰত পৰম্পৰাগতভাৱে চলি অহা ছিডনীতেই টেষ্টখন অনুষ্ঠিত হোৱাতো বিচাৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd