• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোৱাটছএপত বৃহৎ পৰিৱৰ্তন ঘোষণা মেটা-ৰ! কিন্তু কি কি হ’ব সলনি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2025 10:32 am
195
VIEWS
Share on FacebookShare on Twitter

মেছেজিং এপ হিচাপে হোৱাটছএপে সদায় এটা শীৰ্ষ স্থানত আছে। এই মেছেজিং এপটোৱে যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এইবাৰ মেটাই আৰু কিছু নতুন পৰিৱৰ্তন আনিছে হোৱাটছএপত। এই পৰিৱৰ্তনে এপটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে।

নতুন আপডেট ভইচ আৰু ভিডিঅ’ কল দুয়োটাতে প্ৰযোজ্য। এতিয়াৰ পৰা যদি আপুনি গ্ৰুপ কল কৰিব বিচাৰে তেন্তে অংশগ্ৰহণকাৰী নিৰ্বাচন কৰি সেই কলৰ বাবে এটা চৰ্টকাট তৈয়াৰ কৰিব পাৰিব (মোবাইল আৰু ৱেব সংস্কৰণ দুয়োটাতে)। ইয়াৰ উপৰিও ভিডিঅ’ কলত ইফেক্ট আৰু ফিল্টাৰ যোগ কৰিব পাৰি, ঠিক ইনষ্টাগ্ৰামত ব্যৱহাৰ কৰা ধৰণৰ। পটভূমিও কাষ্টমাইজ কৰিব পাৰি। পূৰ্বৰ তুলনাত ভিডিঅ’ ৰিজ’লিউচনতো যথেষ্ট উন্নতি হৈছে।

এই নতুন বৈশিষ্ট্যসমূহৰ সুবিধা ল’বলৈ হ’লে আপোনাৰ ডিভাইচত হোৱাটছএপৰ শেহতীয়া সংস্কৰণ থাকিব লাগিব। আৰু সেইবাবেই গুগল প্লে ষ্ট’ৰ বা এপ ষ্ট’ৰত গৈ হোৱাটছএপ আপডেট কৰিব লাগিব৷

অৱশ্যে ই নিৰাপদ। কাৰণ হোৱাটছএপ কল আৰু চ্চেট দুয়োটা আচলতে এণ্ড টু এণ্ড এনক্ৰিপ্ট কৰা হয়। গতিকে তেওঁৰ ব্যক্তিগত গোপনীয়তা সম্পূৰ্ণৰূপে বজাই ৰখা হ’ব। ৱেবৰ জৰিয়তে কল কৰাৰ সময়তো, আপোনাৰ IP ঠিকনা আনৰ পৰা লুকাই থাকিব। কিন্তু সমস্যাটো আন ঠাইত নিহিত হৈ আছে। যিহেতু ই গ্ৰুপ কল, গতিকে সকলোকে বিশ্বাস নকৰিলে গোপনীয় তথ্য শ্বেয়াৰ নকৰাটোৱেই উত্তম। কাৰণ কোনোবাই স্ক্ৰীণ ৰেকৰ্ডিং কৰি আছে নে নাই নাজানে। গতিকে সেই সাৱধানতা বজাই ৰখা ভাল।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd