• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছত যোগদানৰ এঘণ্টাৰ ভিতৰতে ৰাহুল-বন্দনা আৰম্ভ এম জি কে ভানুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 12:13 am
522
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছত যোগদানৰ দুঘণ্টাৰ ভিতৰতে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক দেখা গ’ল ৰাহুল গান্ধীৰ নেতৃত্বৰ বন্দনা কৰা। আজি ৰাজীৱ ভৱনত যোগদান সমাৰোহত দলটোত যোগদান কৰাৰ পিছতে প্ৰাক্তন আই এছ বিষয়াজনে নিজৰ আনন্দ প্ৰকাশ কৰে টুইটাৰত।

“শ্ৰী ৰাহুল গান্ধীজীৰ গতিশীল নেতৃত্বৰ অধীনত কংগ্ৰেছৰ হৈ কাম কৰিবলৈ পাই আনন্দিত আৰু আৱেগিক হৈ পৰিছো”, আজি গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানৰ বাতৰি দি ভানুৱে কয়। তেওঁ অসমৰ বাবে ভাৰতীয় প্ৰশাসনিক সেৱাত ৩৩ বছৰ কাম কৰাৰ কথাও উল্লেখ কৰে টুইটটোত।

Feeling happy and excited to work in Congress party under the dynamic leadership of Shri Rahul Gandhi ji..Joined Indian National Congress Party at Guwahati today after working in IAS for Assam for last 33 years

— MGVK Bhanu, IAS ( retd) (@mgvkbhanu) February 11, 2019

ইপিনে সংবাদ মাধ্যমৰ আগতো তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ প্ৰশংসাত পঞ্চমুখ হয়। দলটোত যোগদানৰ পিছত সংবাদ মাধ্যমৰ আগত “ৰাহুল গান্ধীৰ দৰে নিষ্ঠাৱান, সৎ আৰু স্পষ্টবাদী নেতা দ্বিতীয় এজন নাই” বুলি মন্তব্য কৰে।

অৱশ্যে মন্ত্ৰী হিমন্তই বিজেপিত যোগদান কৰিয়েই মোদীৰ গুণানুকীৰ্তন কৰাৰ দৰে এম জি কে ভানুৱেও ৰাহুল-বন্দনাত লগাত আচৰিত হোৱা নাই ৰাজ্যবাসী। ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰন্তৰ গুণানুকীৰ্তনৰ ৰাজ্যিক নেতাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ সৈতে সম্পৰ্ক থকাটো সৰ্বজন বিদিত।

উল্লেখ কৰিব পাৰি যে আজি কংগ্ৰেছত যোগদান কৰা ভানু আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী। চাকৰি কালত তেজপুৰত তেওঁ বহুদিন নিষ্ঠাসহকাৰে সেৱা আগ বঢ়াইছিল, যাৰ বাবে তেজপুৰবাসীয়ে যথেষ্ট শ্ৰদ্ধা কৰে।

 

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd