• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অবিহনে কোনো বিদেশীক প্ৰদান কৰা নহ’ব ভাৰতীয় নাগৰিকত্ব : গৃহ মন্ত্ৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2019 7:02 pm
AASU-750x375
5.4k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী)বিধেয়কখনক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অশোক প্ৰসাদে আজি ২২ জানুৱাৰি মঙলবাৰে প্ৰকাশ কৰিছে যে সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অথবা পৰামৰ্শ অবিহনে নাগৰিকত্ব (সংশোধনী ) বিধেয়কৰ অধীনত কোনো নাগৰিককেই ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা নহ’ব।

ভাৰতীয় নাগৰিকত্বৰ বাবে দাখিল কৰা প্ৰতিখন আৱেদনপত্ৰৰ ওপৰত জিলা দণ্ডাধীশে এটা অনুসন্ধান আৰম্ভ কৰিব। দণ্ডাধীশগৰাকীয়ে প্ৰতিটো গোচৰ বিশ্লেষণ কৰিব আৰু তাৰ ওপৰত ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব। ৰাজ্য চৰকাৰেও বিষয়টোৰ ওপৰত ইয়াৰ এটা অনুসন্ধান কৰিব।

লোকসভাত গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) বিধেয়কখন বৰ্তমান ৰাজ্যসভাত অপেক্ষাৰত অৱস্থাত আছে। এই বিধেয়কখনত পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহি ৭ বছৰ ধৰি ভাৰতত বাস কৰা অমুছলমান সংখ্যালঘূ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা ৰখা হৈছে।

এই বিধেয়কখনক উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমত তীব্ৰ বিৰোধিতা কৰা হৈছে। খিলঞ্জীয়া দল সংগঠনসমূহে প্ৰকাশ কৰিছে যে এই বিধেয়কখনে ১৯৮৫ৰ অসম চুক্তিক নিৰৰ্থক কৰিব।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd