• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন খাপ পতাৰ দিন গ’ল! এতিয়া ম’বাইল কিনক এম আই কিয়স্কত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2019 5:37 pm
MI launches smartphone vending kiosk in India

বেংগালুৰুত দেওবাৰে এম আই কিঅস্ক মুকলিৰ ছবি। সৌজন্য-- মনু কুমাৰ জে’নৰ তুইতাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় স্মাৰ্টফ’ন এটা কিনিবলৈ অনলাইন ফ্লেশ্ব চে’লত মূৰ ঘমাই খাপ পিতাৰ দিন আৰু অন্তৰ্ধান হোৱাৰ দিশত।

অসম তথা উত্তৰ-পূবতো ব্যাপকভাৱে জনপ্ৰিয় তথা ভাৰতৰ স্মাৰ্টফ’ন বজাৰৰ লীদাৰ চীনা ব্ৰেন্দ চাওমি-এ দেশত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰি দিছে এম আই কিয়স্ক।

দেখাত এ’ টি এমৰ দৰে এই কিয়স্কত গৈ আপুনি সহজেই কিনিব পাৰিব কাম্পেনিটোৰ পচন্দৰ স্মাৰ্টফ’নকে ধৰি অন্যান্য সঁজুলিসমূহ।

এই মেচিনটোতে কাম্পেনিটোৱে জমা ৰাখিব নিজৰ সকলো সামগ্ৰী আৰু গ্ৰাহকে নগদ ধন, কাৰ্দ বা ইউনিফাইদ পে’মে’ন্তচ ইন্তাৰফে’চৰ জৰিয়তে পচন্দৰ ম’বাইল হাতে হাতে ক্ৰয় কৰিব পাৰিব।

MI launches smartphone vending kiosk in India
বেংগালুৰুত দেওবাৰে এম আই কিঅস্ক মুকলিৰ ছবি। সৌজন্য– মনু কুমাৰ জে’নৰ তুইতাৰ।

ইতিমধ্যে বেংগালুৰুত এই ব্যৱস্থা আৰম্ভ হৈছে। ভাৰতৰ প্ৰযুক্তিৰ ৰাজধানীৰূপে পৰিচিত চহৰখনৰ মান্যতা পাৰ্কত যোৱা ১২ মে’ত এটা কিয়স্ক স্থাপন কৰা হৈছে।

চীনা কাম্পেনিটোৰ এই নতুন, উদ্ভাৱনী কৌশলে যোৱা দুদিনতে গ্ৰাহকৰ ব্যাপক সঁহাৰি লাভ কৰিছে।

এম আই, ভাৰতৰ উপাধ্যক্ষ মনু কুমাৰ জে’নৰ তুইত মতে এনে আৰু ৫০টা কিয়স্ক কাম্পেনিটোৱে সাজু কৰিছে। উত্তৰ-পূবত এম আইৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি হয়তো গুৱাহাটীয়েও শীঘ্ৰে এনে এটা মেচিন পোৱাৰ আশা কৰিব পাৰে।

#1 innovation from #1 brand!

An all-new way to get your favorite #Xiaomi products: #MiExpressKiosk.

Mi Fans can now purchase smartphones & accessories from vending machines & pay via cards, cash, or UPI. So easy!😎

Installed @ Manyata Tech Park, Bengaluru. More coming soon! 😇 pic.twitter.com/Nh5Zd4nGZZ

— Manu Kumar Jain (@manukumarjain) May 13, 2019

idc data on indian smartphone market
আই দি চিৰ তথ্য।

ভাৰতত এম আই, ৰে’দ মি আৰু প’ক’ ব্ৰেণ্ডৰ অধীনত চাওমিয়ে স্মাৰ্তফ’ন আগবঢ়াই আছে। কাম্পেনিটোৰ ব্লেক শ্বাৰ্কৰ দৰে মদেলসমূহ ভাৰতত এতিয়াও মুকলি কৰা হোৱা নাই।

আই দি চি (International Data Corporation)ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় স্মাৰ্তফ’ন বজাৰত চাওমিয়ে এতিয়াও শীৰ্ষস্থান দখল কৰি আছে।

চলিত বৰ্ষৰ প্ৰথম কুৱাৰ্তাৰত ভাৰতীয় স্মাৰ্তফ’ন বজাৰত চাওমিৰ দখল ৩০.৬ শতাংশ। যোৱা বছৰৰ একেচোৱা সময়ত কাম্পেনিটোৰ বজাৰ শ্বেয়াৰ আছিল ৩০.৩ শতাংশ।

চাওমিকে ধৰি অ’প’, ৱিৱ’ আদি চীনা কাম্পেনিৰ আগমনৰ পিছতে ভাৰতৰ বজাৰত প্ৰায় অস্তিত্বহীন হৈ পৰিছে এসময়ত বজাৰ দখল কৰিবলৈ সক্ষম হোৱা মাইক্ৰ’মেক্সকে ধৰি দেশী ব্ৰেন্দসমূহ।

চীনা কাম্পেনিসমূহৰ ভাৰতীয় উৎপাদনেহে কাৰ্য্যতঃ প্ৰধান মন্ত্ৰী মোদীৰ স্বপ্ন “মে’ক ইন ইন্দিয়া”ক সাৰ্থকতা প্ৰদান কৰিছে।

এম আই-এ সদৰী কৰা মতে তেওঁলোকৰ কিঅস্কসমূহ ভাৰততে নিৰ্মিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd