• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান হওক! কণীৰো ঘটিব পাৰে বিস্ফোৰণ, গুৰুতৰভাৱে ঘায়েল বৃটিশ্ব যুৱতী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2019 10:38 am
"Microwave''-way expolodes eggs in UK

বিস্ফোৰিত কণীৰ ছবি। সৌজন্য-- Pixabay

2.8k
VIEWS
Share on FacebookShare on Twitter

অতি প্ৰ’টিনযুক্ত, সুলভ আৰু সহজে খাদ্যৰূপে তৈয়াৰ কৰিব পৰা কণী জনপ্ৰিয় খাদ্য।

কিন্তু, কণীৰো ঘটিব পাৰে বিস্ফোৰণ। আৰু তাৰ মাত্ৰা হ’ব পাৰে আপোনাক ঘায়েল কৰিব পৰা!

মঙলবাৰে পুৱা ব্ৰে’কফাষ্ট তৈয়াৰ কৰি থাকোতে এই ঘটনাই ঘটিছে ২২ বছৰীয়া বৃটিশ্ব যুৱতী বেথানি ৰ’ছাৰৰ সৈতে।

বাৰ্মিংহামৰ যুৱতীগৰাকীয়ে কণী মাইক্ৰ’ৱে’ভ কৰি খাবলৈ লওঁতে এই বিস্ফোৰণ ঘটিছে।

কণী মাইক্ৰ’ৱে’ভ কৰাৰ এই অভিনৱ উপায়ৰ পিছত আকৌ আছে ইণ্টাৰনে’টত উপলব্ধ কুকিং টিপচ।

বেথানিয়ে বোলে মাইক্ৰ’ৱে’ভত কণী কিদৰে বইল কৰিব পাৰি গুগল কৰিছিল।

তাতে উপায় হিচাপে কোনোবাই দিহা দিছিল নিমখ দি মাইক্ৰ’ৱে’ভত “বইল” কৰিব পাৰি কণী। এনে কৰিব পাৰি বুলি দিহা দিয়া অসংখ্য ইউটিউব চেনেল আৰু ৱে’বচাইট আছে, বেথানিয়ে কয়।

সেই দিহামতে তেওঁ দুটা কণী মাইক্ৰ’ৱে’ভ কৰিছিল— নিৰ্দেশনা অনুসৰি পূৰা ছয় মিনিট।

তাৰ পিছত মাইক্ৰ’ৱে’ভৰ পৰা উলিয়াই চাওঁতেই কণীকেইটা বেথানিৰ মুখতে বিস্ফোৰিত হয়।

বেথানিক লগে লগে বাৰ্মিংহামৰ কুইন এলিজাবেথ হস্পিটেলৰ বাৰ্ন ইউনিটত ভৰ্তি কৰোৱা হয়।

কিন্তু তেওঁৰ মুখৰ ছাল এৰাই গৈছে। সোঁ-চকুটোৰো চিৰদিনলৈ বেয়া হয় নেকি ঠিকনা নাই। বেথানিৰ চকুটো খোল খাবলে আৰম্ভ কৰিছে, কিন্তু তেওঁ এতিয়াও স্পষ্টকৈ দেখা পোৱা হোৱা নাই।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd