• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ চাপাৰবড়ি হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 1:35 pm
1296236_Wallpaper2-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

108
VIEWS
Share on FacebookShare on Twitter

বজালী মহকুমাৰ অন্তৰ্গত বৰপেটা জিলাৰ চাপাৰবড়ি হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত চৰম অনিয়ম সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে।

জানিব পৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আইনুল হক চৌধুৰী আৰু স্থানীয় গাঁওবাসীৰ একাংশ আশীৰ্বাদপুষ্ট মুখিয়ালৰ সহায়ত সংঘটিত হৈ আছে এই ব্যাপক কেলেংকাৰী।

উল্লেখযোগ্য যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নগণ্য হ’লে প্ৰধান শিক্ষকৰ নিৰ্দেশ অনুযায়ী সেইদিনা বিদ্যালয়খনত বন্ধ ৰাখে মধ্যাহ্ন ভোজন। ছাত্ৰ-ছাত্ৰীসকলক মাহত মাত্ৰ তিনিদিন বা চাৰিদিন হে মধ্যাহ্ন ভোজন প্ৰদান কৰা হয় বুলি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে জানিবলৈ দিয়ে।

তাৰোপৰি মধ্যাহ্ন ভোজনৰ হিচাপ নিকাচ প্ৰধান শিক্ষক আৰু গাঁওখনৰ কিছু সংখ্যক লোকৰ সহায়ত চলি থকাৰো গুৰুতৰ অভিযোগ আনে একাংশ সচেতন লোকে।

এই সন্দৰ্ভত স্থানীয় ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ দালালৰূপী প্ৰধান শিক্ষকৰ বিৰুদ্ধে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ আনিছে।

ইফালে প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনৰ নামত বৃহৎ সংখ্যক ধন বছৰ বছৰ ধৰি স্থানীয় একাংশৰ সহযোগত আত্মসাৎ কৰি আছে। এই সন্দৰ্ভত ৰাইজে প্ৰধান শিক্ষক আইনুল হক চৌধুৰীক প্ৰশ্ন কৰিলে ভয় ভাবুকি প্ৰদান কৰে বুলিও একাংশই অভিযোগ উত্থাপন কৰে।

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd