• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেনেৰেল বিপিন ৰাৱাটলৈ সন্মান: অৰুণাচলত ৰাৱাটৰ নামেৰে সামৰিক শিবিৰৰ নতুন নামাকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 5:32 pm
Bipin Rawat
115
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ শেষৰ ফালে এক বিমান দুৰ্ঘটনাত নিহত হোৱা দেশৰ প্ৰথমগৰাকী ‘চীফ অৱ ডিফেঞ্চ ষ্টাফ’ জেনেৰেল বিপিন ৰাৱাটৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অৰুণাচলৰ এটা সামৰিক শিবিৰৰ নাম নতুনকৈ বিপিন ৰাৱাটৰ নামেৰে নামাংকৃত কৰা হৈছে।

অৰুণাচলস্থিত কিবিথু সামৰিক গেৰিছনৰ নতুন নাম ৰখা হৈছে জেনেৰেল বিপিন ৰাৱাট সামৰিক গেৰিছন। কালি এক বিশেষ অনুষ্ঠান আয়োজন কৰি আনুষ্ঠানিকভাৱে এই নতুন নামাকৰণ কৰা হয়।

শিবিৰৰ সমুখত য’ত স্থানীয় পৰম্পৰাগত স্থাপত্য শৈলীৰে নিৰ্মিত ৰাৱাটৰ নাম সম্বলিত এখন বিশাল গেট উন্মোচন কৰা হয়।

সামৰিক কেন্দ্ৰটোৰ নাম সলনি অনুষ্ঠানটোত ৰাজ্যৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বিডি মিশ্ৰ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, জ্যেষ্ঠ সামৰিক আৰু অসামৰিক বিষয়াসকলৰ লগতে ৰাৱাটৰ কন্যা উপস্থিত থাকে।

উল্লেখ্য যে দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেঞ্চ ষ্টাফ সিচাপে কাৰ্যনিৰ্বাহ কৰা জেনেৰেল ৰাৱাটৰ যোৱা বছৰ ডিচেম্বৰত মধুলিকা ৰাৱট আৰু আন ১২ জন সামৰিক কৰ্মীৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।

জেনেৰেল ৰাৱাটে ২০১৯-২০ চনত কিবিথুত কৰ্ণেল হিচাপে ৫/১১ গোৰ্খা ৰাইফলছ বেটেলিয়নক কমাণ্ড কৰিছিল আৰু লোহিত উপত্যকাৰ পাৰত থকা সৰু জনপদ কিবিথুৰ নিৰাপত্তা গাঁথনি শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাইছিল।

ৱালোঙৰ পৰা কিবিথুলৈ ২২ কিলোমিটাৰ দীৰ্ঘ পথটো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জেনেৰেল বিপিন ৰাৱত মাৰ্গ হিচাপে উৎসৰ্গিত কৰিছিল।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd