• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিজেপিত অগ্নিপৰীক্ষা দি দি অশান্ত হৈ পৰিছে মন্ত্ৰী হিমন্ত’ : মীৰা বৰঠাকুৰ

‘বিজেপি অক্টোপাছৰ দৰে ৰক্ত পিপাশুৰ দল, হিমন্তক খুলি খুলি খাব’; ‘হিমন্তৰ ‘চকী’ৰ অভাৱে চুনামি ৰূপ লৈছে’ মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 16, 2020 8:27 pm
HImanta VS Mira
398
VIEWS
Share on FacebookShare on Twitter

‘যদি হিমন্ত বিশ্ব শৰ্মাক অফ কেমেৰা সোধে তেন্তে তেওঁ নিজেই ক’ব বিজেপিত অতিকৈ অশান্ত মানুহজন তেওঁ। বিজেপিত অগ্নি পৰীক্ষা দি দি হিমন্তই শেষ কৰিব পৰা নাই।‘ শোণিতপুৰ জিলাৰ কাৱৈমাৰীত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰ।

ইপিনে, বিজেপি-আৰএছএছৰ পাল্লাত পৰিহে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক গালি পাৰিছে বুলিও কটাক্ষ কৰে বৰঠাকুৰে।

‘আৰএছএছ-বিজেপিৰ পাল্লাত পৰিহে আজমলক গালি পাৰিছো, লুঙি-টুপীক গালি পাৰিছো, ৰঙা ফোঁট লৈছো। তথাপি হিমন্ত বিশ্ব শৰ্মাই পাৰ পোৱা নাই।‘ মন্ত্ৰী হিমন্তৰ অৱস্থাটোক কটাক্ষ কৰি বৰঠাকুৰে এইদৰে কয়।

পুনৰবাৰ অশান্ত বিজেপিজনেই হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি বৰঠাকুৰে লগতে কয় ‘বেলেগক গালি-গালাজ কেতিয়া পাৰে যেতিয়া মানুহজন অস্থিৰ বা হতাশ হয়। হিমন্ত বিশ্ব শৰ্মা এতিয়া অভাৱত আছে।‘

অৱশ্যে, হিমন্ত বিশ্ব টকাৰ অভাৱত নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘চকীৰ অভাৱতহে তেওঁ অস্থিৰ হৈছে। ইমানবোৰ বিধায়ক জিকাই আনি এতিয়া ভাবিছিল তেওঁৰ অভাৱটো পূৰণ হ’ব। এতিয়া এই অভাৱে চুনামি ৰূপ ল’লে। বিজেপিত থাকিলে এই অভাৱ তেওঁৰ পূৰণ নহয়।‘

ইপিনে, বিজেপি অক্টোপাছৰ দৰে ৰক্ত পিপাশুৰ দল বুলি ক্ষোভ কৰি বৰঠাকুৰে লগতে কয় ‘হিমন্ত বিশ্ব শৰ্মাই মোতকৈ বিজেপিক বেছি নাজানে। উদীয়মান যুৱ ৰাজনীতিক হিচাপে হতাশাত পৰি হিমন্তক কোঙা হোৱাটো নিবিচাৰো। বিজেপিয়ে আপোনাক খুলি খুলি খাইছে আৰু খুলি খুলি খাব।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd