• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফটা বাঁহত জোৰা লগাবলৈ ‘অভিমানী’ শিলাদিত্যৰ বাসগৃহত উপস্থিত দাদা বিগ্ৰেডৰ পীযুষ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2021 8:52 pm
91cc9ff0-7301-43e2-8ad5-dc1762b3374b
602
VIEWS
Share on FacebookShare on Twitter

ফটা বাঁহত জোৰা দিবলৈ অৰ্থ্যাৎ বিজেপিৰ পৰা টিকট বঞ্চিত অভিমানী শিলাদিত্য দেবৰ হোজাইৰ বাসগৃহত উপস্থিত হ’লগৈ দাদা বিগ্ৰেডৰ অন্যমত নেতা পীযুষ হাজৰিকা।

বৃহস্পতিবাৰে হোজাইস্থিত শিলাদিত্য দেবৰ বাসগৃহত সন্ধিয়া ভাগত উপস্থিত হৈ মন্ত্ৰী পীযুষে ঠেহ ভাঙিবলৈ চেষ্টা চলায়।

সুত্ৰ অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে পীযুষ হাজৰিকা উপস্থিত হয়গৈ শিলাদিত্যৰ বাসগৃহত। টিকট বঞ্চিত হৈ কালি নিশাৰ ভাগত হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ দিয়া শিলাদিত্যক বুজোৱাৰ চেষ্টা কৰে মন্ত্ৰী পীযুষে।

শিলাদিত্যৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত মন্ত্ৰী পীযুষে কয়, ‘মই ব্যক্তিগতভাৱে মোৰ জ্যেষ্ঠ ভাতৃ শিলাদিত্য দেবৰ ঘৰত আহিছো। শিলাদিত্য দেবে এনে এটা সুস্থিৰ সিদ্ধান্ত লওঁক যাতে অসমবাসীৰো ভাল হওঁক আৰু শিলাদিত্য দেবৰ ভৱিষ্যত ভাল হওঁক।‘

উল্লেখযোগ্য যে, কালি টিকটৰ পৰা বঞ্চিত হৈ ফেইচবুকযোগে তেওঁক বিজেপিয়ে গতিয়াই গুৰিয়াই আঁতৰ কৰি পেলোৱা বুলি পোষ্ট কৰিছিল। লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হোজাইৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল শিলাদিত্যই।

Recent News

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd