• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না মুক্ত ৰাজ্য হৈ পৰিল মিজোৰাম; আক্ৰান্ত একমাত্ৰ ৰোগীজনো হৈ উঠিল সুস্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2020 7:52 am
covid-19

প্ৰতিনিধিত্বমূলক ফটো

6.4k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ আৰু এখন ৰাজ্য মিজোৰাম কৰ’না ভাইৰাছৰ পৰা মুক্ত হৈ পৰিল। ৰাজ্যখনৰ একমাত্ৰ কৰ’না পজিটিভ ৰোগীজনো সুস্থ হৈ উঠিছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে কৰ’না আক্ৰান্ত ৰোগীজন এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

মিজোৰাম এতিয়া মণিপুৰ, ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ দৰে কৰ’না মুক্ত ৰাজ্য হৈ পৰিল।

শনিবাৰে মিজোৰমাৰ স্বাস্থ্য মন্ত্ৰী ডাঃ আৰু লালথংগলিয়ানাই কয় যে ৰাজ্যৰ একমাত্ৰ কৰ’না আক্ৰান্ত ৰোগীজন সুস্থ হৈ উঠিছে।

শনিবাৰে দুপৰীয়া ৰোগীজনক জোৰাম মেডিকেল কলেজ হাস্পাতলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

আক্ৰান্ত ৰোগীজন ৪৫দিন ধৰি চলা চিকিৎসাৰ অন্তত এতিয়া সম্পূৰ্ণ সুস্থ।

ৰোগীজনক এটাৰ পাছত এটাকৈ ৪বাৰ টেষ্ট কৰা হৈছিল আৰু আটাইকেইটা টেষ্টতে নিগেটিভ অহাৰ পাছত হাস্পাতলৰ পৰা ৰিলিজ কৰা হয়।

সুস্থ হৈ উঠা মিজোৰামৰ ৰোগীজন যাজক আছিল আৰু মিজোৰামৰ ব্যাপ্তিষ্ট গীৰ্জাত কাম কৰিছিল।

উচ্চ শিক্ষাৰ বাবে আমষ্টাৰ্ডামলৈ যোৱা তেওঁ যোৱা ১৬ মাৰ্চত মিজোৰামলৈ উভতি আহিছিল।

২৪ মাৰ্চত তেওঁৰ দেহত কৰ’না পজিটিভ ধৰা পোৱাৰ পাছত ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হয়।

যাজকজনৰ পত্নী আৰু সন্তানৰ কৰ’না নিগেটিভ পোৱাৰ পাছত পূৰ্বেই হাস্পাতলৰ পৰা ৰিলিজ কৰি দিয়া হৈছিল।

মিজোৰামৰ এই ৰোগীজন কৰ’না মুক্ত হোৱাৰ পাছত এতিয়া ১৪দিনৰ বাবে কোৱাৰেন্টাইনত থাকিব লাগিব।

Tags: COVID-19

Recent News

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd