• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2021 11:04 am
496
VIEWS
Share on FacebookShare on Twitter

বিগত ১০ মাহৰো অধিক সময় মিজোৰামত গীৰ্জা সমূহ বন্ধ হৈ থকাৰ পাছত ফেব্ৰুৱাৰিৰ পৰা পুনৰ গীৰ্জা সমূহ উপাসনাৰ বাবে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মিজোৰামত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ পাছতে গীৰ্জা সমূহ সীমিত উপস্থিতিৰে জনসাধাৰণক উপাসনাৰ বাবে পুনৰ খুলি দিয়া হ’ব।

ইপিনে, মিজোৰামৰ ৰাজ্য চৰকাৰে ৰাজ্যখনত বিদ্যালয় সমূহ দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ২২ জানুৱাৰিৰ পৰা পুনৰ খোলাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

মিজোৰাম চৰকাৰে শুকুৰবাৰে বিধায়ক, চিকিৎসক আৰু গীৰ্জাৰ লগতে সমাজিক গোটৰ উপস্থিতিত এখন বৈঠকত অংশগ্ৰহণ কৰে আৰু এই বৈঠকতে উক্ত সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়।

বৈঠকত অন্য ৰাজ্যৰ পৰা আহিবলগীয়া লোক সকলক বাধ্যতামূলক ক’ৰ’না পৰীক্ষা কৰাৰো সিদ্ধান্ত লোৱা হয়।

কোভিডৰ সংক্ৰমণৰ বাবে মিজোৰামত বিগত বৰ্ষৰ ২২ মাৰ্চৰ পৰা গীৰ্জা সমূহ বন্ধ হৈ আছিল।

উল্লেখযোগ্য যে, মিজোৰামত বিগত ২৪ ঘণ্টাত কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নায়।

মিজোৰামত মুঠ ৪৩১০ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে বৰ্তমান মাত্ৰ ৯৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

 

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd