• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামৰ জৈৱিক আৰু সজীৱ ফলমূল, শাক-পাচলিয়ে প্ৰলোভিত কৰিছে অসমৰ বিত্ত মন্ত্ৰীক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2018 8:26 pm
Capture
404
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিজোৰামৰ সজীৱ আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়ে প্ৰলুব্ধ কৰিছে বুলি জানিব পৰা গৈছে। মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ৰাজ্যখনৰ পৰা উভতি আহিছে।

উল্লেখ্য যে বিজেপিৰ সভাপতি অমিত শ্বাহ গুৱাহাটীত উপস্থিত হৈ এখন বিবাহ অনুষ্ঠানত উপস্থিত থাকে তাৰ পাছত তেওঁ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে আইজল ভ্ৰমণলৈ অহা  বিজেপিৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ সৈতে আইজল ভ্ৰমণত আহিছে।

গুৱাহাটীলৈ অহাৰ সময়ত অসমৰ বিত্ত মন্ত্ৰীগৰাকীয়ে আইজলৰ লেংপুই বিমান বন্দৰৰ ওচৰৰ এখন বজাৰত কিছু বজাৰ-সমাৰ কৰাৰ সময়ত প্ৰকাশ কৰে যে মিজোৰামৰ সতেজ আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়ে তেওঁক প্ৰলোভিত কৰি মিজোৰামলৈ লৈ আহিছে।

বৃহস্পতিবাৰে শৰ্মাই টুইট কৰিছিল, ‘‘মিজোৰামে বিমুগ্ধ নকৰি নোৱাৰে (Mizoram doesn’t ever fail to mesmerize!)’’

মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰিও এই ঠাইখনৰ সতেজ আৰু জৈৱিকভাৱে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়েও প্ৰলোভিত কৰে। মই গুৱাহাটীলৈ উভতি অহাৰ পথত লেংপুই বিমান বন্দৰৰ কাষৰ এখন বজাৰত বস্তু ক্ৰয় কৰাৰ বাবে সোমাইছিলোঁ।

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd