• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰিমগঞ্জক “শ্ৰীভূমি” বুলি পুনৰ নামকৰণৰ আহ্বান বিধায়ক শিলাদিত্যৰ

নিজৰ বাংলাদেশী পৰিচয় সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰিলে বিধায়ক শিলাদিত্য দেবে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2019 10:33 am
Shilyaditya Deb

ফটৌৰ সৌজন্য : Way2Barak

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰিমগঞ্জক “শ্ৰীভূমি” বুলি পুনৰ নামকৰণৰ বাবে আহ্বান জনাইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে।

সততে বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা বিজেপি বিধায়ক শিলাদিত্য দেবে কৰিমগঞ্জৰ নতুনকৈ নামকৰণৰ প্ৰস্তাৱ আগ বঢ়াইছে।

শিলচৰত এটা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিধায়কজনে কয় যে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ছিলেটক শ্ৰীভূমি বুলি কৈছিল আৰু তেওঁৰ প্ৰতি সন্মান জনাই কৰিমগঞ্জক নতুনকৈ নামকৰণ কৰিব লাগে।

তেওঁ কয়, আজিৰ কৰিমগঞ্জ তেতিয়াৰ ছিলেটৰ অংগ আছিল আৰু ছিলেট আছিল অসমৰ অংগ।

তেওঁ গুৱাহাটীলৈ ঘূৰি গৈ মুখ্য মন্ত্ৰীক এই অনুৰোধ জনাব বুলিও জানিবলৈ দিয়ে।

বিধায়কজনে ৫ নৱেম্বৰত বিশ্বকবিজন কৰিমগঞ্জত পদাৰ্পণ কৰাৰ শতবৰ্ষ পূৰ্তি উপলক্ষে আয়োজন কৰা এটা সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লৈছিল। অনুষ্ঠানটো পাতিছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰিমগঞ্জত পদাৰ্পণৰ শতবৰ্ষ পূৰ্তি উদযাপন সমিতিয়ে।

বিধায়কজনে আৰু কয়, সেই সময়ৰ অবিভক্ত ভাৰতৰ ছিলেট জিলাত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) ১৯৩৬ চনত তেওঁৰ দেউতাকৰ জন্ম হৈছিল। তেওঁক বহুতে বাংলাদেশী বুলি কোৱাৰ কাৰণ এইটোৱে।

আনহাতে অসমত এতিয়া হিন্দু বাঙালীসকল সংকটত আছে বুলি মন্তব্য কৰি সকলো হিন্দু বাঙালীক একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায় বিধায়কজনে। এন আৰ চিৰ প্ৰসংগত, কাগজ-পত্ৰ ৰখাত বাঙালীসকল ভাল নহয় বুলি মন্তব্য কৰি কাগজ-পত্ৰহে আচল, আৱেগ আচল নহয় বুলি কয়।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী হৈয়ে নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন স্থান, অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ পুনৰ নামকৰণ অভিযান চলাইছিল। প্ৰতিশোধমূলক মনোভাবৰ প্ৰতিফলন ঘটা এই পদক্ষেপত বহুতো গুৰুত্বপূৰ্ণ ঠাই, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু আঁচনিৰ নাম সলনি কৰা হৈছিল।

যোগী আদিত্য নাথৰ নেতৃত্বৰ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰখনেও অনুৰূপ পদক্ষেপ লৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd