• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ নতুন নিৰ্দেশ; RC আৰু DLৰ সৈতে লিংক কৰিব লাগিব মোবাইল নম্বৰ

বাহন পঞ্জীয়নৰ বাবে জৰুৰী হ’ব মোবাইল নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2019 1:43 pm
Untitled-design-990x512

প্ৰতিনিধিত্বমূলক ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

এতিয়া বাহনৰ নথি পত্ৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট(আৰ চি), ড্ৰাইভিং লাইচেন্স (ডি এল), প্ৰদূষণৰ প্ৰমান পত্ৰকে ধৰি সকলো নথি মোবাইল নম্বৰৰ সৈতে সংযোগ কৰাটো জৰুৰী হ’ব।

এই নিয়ম অহা ২০২০’ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি এই বিষয়ত ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে।

এইক্ষেত্ৰত লোকসকলে ৩০ দিনৰ ভিতৰত অৰ্থাৎ ২৯ ডিচেম্বৰ পৰ্যন্ত নিজৰ পৰামৰ্শ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ক প্ৰেৰণ কৰিব পাৰিব।

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে পাৰ্ছনেল ডাটা প্ৰটেকশ্যন বিধেয়কত অনুমোদন জনোৱাৰ সময়তে এই কথা পোহৰলৈ আহিছে।

এই বিধেয়কখনৰ জৰিয়তে ৰাজহুৱা আৰু ব্যক্তিগত কোম্পানীৰ বাবে পাৰ্ছনেল ডাটা বা ব্যক্তিগত তথ্য নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আশা কৰা হৈছে যে বাহনৰ নথিপত্ৰৰ সৈতে মালিকৰ মোবাইল নম্বৰ লিংক কৰা হ’লে গাড়ীৰ চুৰি হোৱাৰ তথ্য লাভ কৰাত সহায় হ’ব। বাহনৰ নথিপত্ৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰা থাকিলে গাড়ী চুৰিস ক্ৰয়-বিক্ৰয়ত নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব।

তদুপৰি, বাহনৰ তথ্য ভাণ্ডাৰত মোবাইল নম্বৰ লিংক কৰা থাকিলে জিপিএছ’ৰ উপৰি মোবাইল নম্বৰৰ সহায়ত যিকোনো ব্যক্তিৰ স্থিতিৰ সন্ধান লাভ কৰিব পৰা যাব।

ইয়াত বিশেষকৈ পথ দুৰ্ঘটনা, অপৰাধ সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে উক্ত ব্যক্তিৰ তৎকালীনভাৱে সন্ধান লাভ কৰিব আৰু ভ্ৰষ্টাচাৰৰ পৰাও সকাহ পোৱা যাব।

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু আন চৰকাৰী সংস্থাৰ হাতত সকলো বাহন আৰু ড্ৰাইভিং লাইচেন্সৰ সম্পূৰ্ণ তথ্য, মোবাইল নম্বৰৰ সৈতে মজুত থাকিব।

প্ৰয়োজন হ’লে আৰক্ষী, আৰ টি অ’ বা আন কোনো সংস্থাই সহজতেই বাহন চালক বা ইয়াৰ মালিকৰ সৈতে সম্পৰ্ক কৰিব পাৰিব। আনহাতে, ডাঙৰ মহানগৰসমূহত ইন্টেলিজেন্ট ট্ৰেফিক মেনেজমেন্ট কাৰ্যকৰী কৰিব পৰা যাব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd