• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনেদৰে বিহু উদযাপন কৰিলে অভিনেতা মিলিন্দ সুমনে? পত্নীৰ সৈতে আনন্দ ল’লে কণী যুঁজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 1:55 pm
untitled_3_1586844483_618x347 new

বিহুৰ দিনা পত্নী অংকিতাৰ সৈতে কণী যুঁজৰ আনন্দ লৈছে অভিনেতা মিলিন্দ সুমনে।

5.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ জোৱাই বলীউদৰ অভিনেতা তথা মডেল মিলিন্দ সুমনে পত্নী অংকিতা কোঁৱৰৰ সৈতে কেনেদৰে বিহু উদযাপন কৰিলে?

১৪ এপ্ৰিলত দেশৰ আন প্ৰান্তৰ লগতে ১৪ এপ্ৰিলত অসমত ৰঙালী বিহু উদযাপন কৰা হৈছে। লকডাউনৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি ছেগাছোৰোকাকৈ বিহু উদযাপন কৰা হৈছে।

ইয়াৰ মাজতে ছবি উদ্যোগত জনপ্ৰিয় দম্পতি হিচাপে পৰিচিত মিলিন্দ আৰু অংকিতাই বিহু উদযাপন কৰা ফটো শ্বেয়াৰ কৰিছে। এই ফটোত দুয়োজনে কণী যুঁজৰ আনন্দ লোৱা দেখা গৈছে।

View this post on Instagram

A post shared by Milind Usha Soman (@milindrunning)

ফটো শ্বেয়াৰ কৰি মিলিন্দ সুমনে লিখিছে: ‘’হেপী বিহু। অংকিতাই নিজৰ পৰিয়ালক মিছ কৰিছে। সেয়েহে আমি ইয়াক উদয্যপন কৰিবলৈ অলপ কণী যুঁজকে খেলিলো। এই সময়ত পৰিয়াল, বন্ধুৰ পৰা আঁতৰি থকা সকলো লোকে ইজনে সিজনক মনত পেলোৱাৰ এই সময়ৰ আনন্দ লওক। সোনকালেই আকৌ লগ পাম, সুৰক্ষিত থাকক।‘’

ফটোখনত মিলিন্দ আৰু অংকিতাই একোটাকৈ কণী হাতত লৈ আছে। অংকিতাক পৰম্পৰাগত সাজত দেখা গৈছে। মিলিন্দেও ডিঙিত গামোছা আঁৰি লৈছে।

ইপিনে, মিলিন্দৰ মাক উষা সুমনৰ সৈতে বোৱাৰী অংকিতাক ‘ৱৰ্ক আউট’কৰাও দেখা যায়।

শেহতীয়াকৈ মিলিন্দ সুমন ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে। নিজৰ ফিটনেছক লৈও চৰ্চাত আছে মিলিন্দ।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd