• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গহপুৰত মোদী।। বিহুৰ শুভেচ্ছা, মুখত কনকলতা-মুকুন্দ কাকতীৰ নাম, সমালোচনা কংগ্ৰেছক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2019 6:10 pm
Modi slams Cong in Gohpur, accuses grand old party of duping Assam

গহপুৰৰ নিৰ্বাচনী সভাত শনিবাৰে মোদী।

454
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ গহপুৰত লখিমপুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ শনিবাৰে চলোৱা প্ৰচাৰত বিৰোধী কংগ্ৰেছক চোকা সমালোচনা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰঙালী বিহুৰ শুভেচ্ছাৰে ভাষণ আৰম্ভ কৰা মোদীয়ে অসমক ৭০ বছৰে প্ৰবঞ্চনা কৰা বুলি কংগ্ৰেছ দলক সমালোচনা কৰে।

মৰাণৰ পৰা আহি গহপুৰ ঘাহিগাঁৱত সম্বোধন কৰা সমাৱেশত মোদীয়ে কয়, “নৱ প্ৰজন্মই পুৰণিসকলৰ পৰা শিকিছে কংগ্ৰেছে কিদৰে অসমবাসীক সদায় ঠগি আহিছে। ই অসমবাসীৰ আত্মবিশ্বাসৰ সৈতে প্ৰতাৰণা কৰিছে,” মোদীয়ে কয়।

ভাষণত স্বাভাৱিকতেই ঠাই পায় গহপুৰৰ স্বাধীনতা সংগ্ৰামী কনকলতা আৰু মুকুন্দ কাকতীয়ে। চৰ্দাৰ বল্লভভাই পেতেলৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈকো সোঁৱৰে মোদীয়ে।

নিজ চৰকাৰৰ “সফলতা”ৰ উল্লেখ কৰিবলৈ গৈ মোদীয়ে কয়, “আজি অসমৰ দুখীয়াসকলে পকা ঘৰ পাইছে, দুখীয়া ভনীসকলে গেছ সংযোগ পাইছে আৰু দৰিদ্ৰ খেতিয়কসকলে বছৰি ৬০০০ টকাকৈ পাইছে।”

লোকসভা নিৰ্বাচনৰ সন্মুখত মোদীয়ে আৰম্ভ কৰা “চকীদাৰ” অভিধাক লৈ তেওঁ কয় যে চকীদাৰক সমালোচনা কৰাসকল ভাৰতৰ বিৰোধী।

প্ৰধান মন্ত্ৰীগৰাকীয়ে শনিবাৰে অৰুণাচল প্ৰদেশৰ আল’ত জনসভাৰে উত্তৰ-পূবত লোকসভাৰ প্ৰচাৰ আৰম্ভ কৰে।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd