• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুনাৱান্তা মহাথেৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতাত হাজাৰ হাজাৰ লোকৰ সমাগম

বৌদ্ধ ধৰ্মগুৰু জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 21, 2018 6:49 pm
funeral ritual Poi Leng
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা বৌদ্ধ ধৰ্ম গুৰু গুনাৱান্তা মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’  তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে  ঐতিহাসিক লিডুৰ মৌংলাং খামতি গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰৰ প্ৰাংগণত আৰম্ভ হৈছে৷

আজি পুৱাৰে পৰা উত্তৰ পূবৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ পৰা ৪০ হাজাৰৰো অধিক লোকৰ সমাগম হয়৷ লোকে লোকাৰণ্য হৈ পৰে আজিৰ দিটোত লিডুৰ ঐতিহাসিক মোলাং খামতি বৌদ্ধ বিহাৰৰ প্ৰাংগণ৷ প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু উ গুণাৱান্ত মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’ উপলক্ষে আজি দ্বিতীয় দিনা সমাগম ঘটে এই বৃহৎ সংখ্যক গুণগ্ৰাহী ৰাইজৰ৷

ভান্তেৰ নশ্বৰ দেহ আৰোহণ কৰাই এখন সু-উচ্চ তথা সু-সজ্জিত কৰি ৰথত তুলি ৰচীৰে টনা হয়৷ এই ধৰ্মীয় পৰম্পৰাত অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মিনে সুদীৰ্ঘ বছৰে শান্তিৰ বাণী বিলাই অহা বৌদ্ধ ধৰ্মগুৰু জনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়৷

উত্তৰ পূবৰ লগতে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত পৰিচিতি আৰু জনপ্ৰিয়তা থকা বৌদ্ধ ধৰ্মগুৰু গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এটি পূৰ্ণ অৱয়বৰ প্ৰতিকৃতি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনায় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই৷ কাইলৈ ৰাজ্যিক মৰ্যাদাৰে বৌদ্ধ ধৰ্মগুৰু জনাৰ শেষকৃত্য সম্পন্ন কৰা হব৷

উল্লেখযোগ্য যে  ১০ নৱেম্বৰত লিডুৰ মৌংলাং বৌদ্ধ বিহাৰৰ অধ্যক্ষ উ গুনাৱান্তা মহাথেৰৰ মহাপ্ৰয়াণ ঘটিছিল৷ গুনাৱান্তা মহাথেৰ বৌদ্ধ মিশ্যনৰ সদস্য হিচাপে ১৯৫৩ চনত ভাৰতলৈ আহিছিল৷ কিছু সদস্য কিছুবছৰৰ পিছতে ঘূৰি গৈছিল, কিছুমানৰ আগতেই মহাপ্ৰয়াণ ঘটিছিল৷ তেওঁ আছিল মিশ্যনৰ শেষ প্ৰতিনিধি৷ তেওঁ আছিল উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠতম আৰু সংঘনায়ক৷

তেওঁৰ ব্যক্তিত্বৰ দীপ্তি আন্তঃৰাষ্ট্ৰীয়৷ তেওঁ কেৱল এমুঠি (হেজাৰ) বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ গুৰু নাছিল৷ বৰং কেইবা লাখ সাধাৰণ জনতাৰ আস্থাৰ প্ৰতীক ৰূপে সমাদৃত আছিল৷ ১২ নৱেম্বৰত বিশাল কাৰ্যসূচীৰে  তেখেতৰ জন্ম বাৰ্ষিকীৰ  আয়োজন চলি থকাৰ মাজতে বাৰ্ধক্য-জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লিডুৰ মৌংলাং খামতি বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ম্যানমাৰকে ধৰি কেইবা খনো ৰাষ্ট্ৰৰ লাখ লাখ ভক্তক কন্দুৱাই ১০ নৱেম্বৰত  ইহলীলা সম্বৰণ কৰে৷

৭ দিন ভান্তেৰ মৃতদেহ  দেশে-বিদেশে থকা  তেখেতৰ গুণমুগ্ধৰ অন্তিম দৰ্শনৰ বাবে  মৌংলাং খামতি বৌদ্ধ বিহাৰত ৰখাৰ পাছত ১৬ নৱেম্বৰত ধৰ্মীয় পৰম্পৰাৰে মন্দিৰৰ চৌহদত নিৰ্মিত নিৰ্বাণ গৃহলৈ নশ্বৰ দেহ স্থানান্তৰ কৰা হৈছিল৷ আজি কেইবাখনো ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত দেশৰ তথা বিদেশৰ পৰা অহা বহুকেইজন বৌদ্ধ ভিক্ষুৱে অংশগ্ৰহণ কৰে৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd