• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 5:00 pm
index.jpg7

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-চীন লাডাখ সীমান্তৰ উত্তেজনাকলৈ এতিয়াও আশ্বস্ত হোৱা নাই দেশবাসী।

তেনে সময়তে এক কূটনৈতিক সূত্ৰই প্ৰকাশ কৰিছে যে ভাৰত-চীন লাডাখ সীমান্তৰ বিবাদ নিষ্পত্তিৰ বাবে ৰাছিয়াই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।

অৱশ্যে ইয়াৰ সমান্তৰালভাৱে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় কৌশল প্ৰস্তুত বিষয়ৰো ত্ৰিপাক্ষিক আলোচনা হোৱাৰো সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

স্বাভাৱিকভাৱেই আসন্ন বৈঠকত ভাৰত-চীনৰ বিবদামান পৰিস্থিতিত দুই দেশৰ মাজত এক আস্থাবৰ্ধক বাতাবৰণ সৃষ্টিৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰে।

কিছুদিনৰ পৰা ৰাছিয়াই বিবৃতিৰ জৰিয়তে জনাই আহিছে যে, ভাৰত-চীনৰ সম্পৰ্ক যথেষ্ট উত্তেজনামূলক হৈ আছে। নতুন দিল্লীয়ে ইতিমধ্যে এই বিষয়ত মস্কোৰ সৈতে কথা পাতিছে।

ইয়াৰ দ্বাৰা ৰাছিয়াই মধ্যস্ততাকাৰীৰ ভূমিকা নল’লেও দুই দেশৰ মাজত এক গুৰুত্বপূৰ্ণ অৱস্থান গ্ৰহণৰ বাবে উদ্যোগ লোৱাৰ ইঙ্গিত পোৱা গৈছে।

কূটনৈতিক সূত্ৰটোৰ মতে এইক্ষেত্ৰত ভাৰতে যাতে আমেৰিকাৰ ওপৰত অধিক নিৰ্ভৰশীল নহয় তাৰ বাবেই মস্কোৱে ভাৰত-চীন বিবাদক অগ্ৰাধিকাৰ দিব খুজিছে।

ইফালে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰিছে ভাৰতৰ স্থল সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰবণে।

উল্লেখ্য যে, ভাৰত-চীন লাডাখ সীমান্তৰ বিবাদ মোচনৰ বাবে ইতিমধ্যে দুই দেশৰ মাজত ১০ দিনীয়া সেনা পৰ্যায়ৰ বৈঠক অব্যাহত আছে।

স্থলসেনা প্ৰধান নৰবণে কৈছে, ‘নিৰন্তৰ আলোচনাৰ দ্বাৰা দুই দেশৰ মত পাৰ্থক্য সীমাংসা কৰিব পাৰিম বুলি মই আশাবাদী। এতিয়াও সকলোবোৰ নিয়ন্ত্ৰণত আছে।’

ইফালে কংগ্ৰেছ নেতা আহমদ পেটেল মোদী চৰকাৰক আক্ৰমণ কৰি কয়, ‘চীনে আমাৰ ভূখণ্ড দখল কৰিছে। এই সময়ত মনত ৰখা দৰকাৰ কোন প্ৰধানমন্ত্ৰী কিমানবাৰ চীন ভ্ৰমণ কৰিছিল। নেহৰু, ৰাজীৱ গান্ধী, নৰসিংহ ৰাও, বাজপেয়ী এবাৰকৈ গৈছিল। মনমোহন সিং দুবাৰ গৈছিল। বাকী কোনো প্ৰধানমন্ত্ৰীয়ে চীনলৈ যোৱা নাই। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচবাৰকৈ চীনলৈ গৈছিল, তাকো চাৰিবাৰ মুখ্যমন্ত্ৰী হৈ থাকোতে।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd