• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰিব মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 9:47 am
_shivraj_singh_chauhan_
279
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীক নৱজীৱন দান কৰিবলৈ আগুৱাই আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

দেশত প্লাজমা থেৰাপিৰ জৰিয়তে বহু কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ সময়তে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও প্লাজমা দান কৰিবলৈ ওলোৱা খবৰে এতিয়া বহুতকে প্লাজমা দানৰ প্ৰতি আকৰ্ষিত কৰা দেখা গৈছে।

যোৱা ২৫ জুলাইত  কোভিড পজিটিভ ধৰা পৰা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ভৰ্তি কৰোৱা হৈছিল ভূপালৰ চিৰায়ু মেডিকেল কলেজ হস্পিতালত।

প্ৰায় ১১ দিন চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁ সুস্থ হৈ উঠে আৰু ৫ আগষ্টত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ দিয়া হয়।

সম্প্ৰতি ঘৰতে কোৱাৰেণ্টাইনত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰাৰ ইচ্ছাৰ কথা স্বাস্থ্য দপ্তৰৰ বিষয়া সকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সৰ সময়ত প্ৰকাশ কৰে।

তেওঁ কয় যে প্লাজমা দানৰ জৰিয়তে যদি কোনো ৰোগী সুস্থ হৈ উঠে তেন্তে তেওঁ অতিকৈ আনন্দিত হ’ব।

উল্লেখ্য দেশৰ বিভিন্ন ৰাজ্যত প্লাজমা থেৰাপিয়ে বেছ সুফল দিয়া দেখা গৈছে।

কোভিড মুক্ত ৰোগীৰ দেহত সৃষ্টি হোৱা এণ্টিবডিয়ে কোভিড আক্ৰান্ত লোকক সুস্থ কৰি তোলাত সহায় কৰে বুলি ইতিমধ্যে প্ৰমাণ হৈছে।

Tags: COVID19

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd