• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘন্টাত ৯৫কোটি টকাকৈ দুমাহত ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিলে মুকেশ আম্বানিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 5:30 pm
mukesh-ambani-730_1592661175

মুকেশ আম্বানি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ সংকটৰ সময়তে বিগত দুমাহত বিশ্বৰ আটাইতকৈ সম্পদশালী ১০০ গৰাকী ব্যক্তিৰ সম্পদৰ পৰিমান চকুত লগাকৈ বৃদ্ধি পালে।

চীনত প্ৰধান কাৰ্যালয় থকা হাৰুণ আলোচনীয়ে প্ৰতিবছৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা প্ৰস্তুত কৰে।

ইয়াৰ প্ৰতিবেদন অনুসৰি, বিগত দুমাহত ভাৰতীয় ব্যৱসায়ী মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমান ইংৰাজী V আখৰটোৰ আকৃতিৰে বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, কৰ’না আৰম্ভ হোৱাৰ প্ৰথম দুমাহত ১৯ বিলিয়ন ডলাৰ সম্পত্তি গোটোৱা মুকেশ আম্বানিয়ে যোৱা দুমাহত বৃদ্ধি কৰিছে ১৮ বিলিয়ন ডলাৰৰ সম্পদ।

মুকেশ আম্বানি বৰ্তমান বিশ্বৰ শীৰ্ষ দহগৰাকী ধনী ব্যক্তিৰ তালিকাৰ আঠ নম্বৰ স্থানত আছে।

বিগত দুমাহত ১৮ বিলিয়ন অৰ্থাৎ ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিছে মুকেশ আম্বানিয়ে। সেই হিচাপে এই দুমাহত তেওঁ প্ৰতি ঘন্টাত ৯৫কোটি টকাৰ সম্পদ গোটাইছে।

ভাৰতৰ ভেকচিন কিং হিচাপে পৰিচিত ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ স্বত্ত্বাধিকাৰ ছাইৰাছ পুনাৱালাই যোৱা দুমাহত তেওঁৰ সম্পত্তিৰ পৰিমান ১৫ বিলিয়ন ডলাৰ বৃদ্ধি কৰিছে।

পুনাৱালা বৰ্তমান বিশ্বৰ ১০০গৰাকী ধনী ব্যক্তিৰ তালিকাৰ ৫৭নম্বৰ স্থানলৈ উন্নীত হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ স্থান আছিল ৮৬নম্বৰত।

আনহাতে, বিশ্বৰ ১০০গৰাকী ধনী ব্যক্তিৰ তালিকাত থকা আন দুগৰাকী ভাৰতীয় হ’ল গৌতম আদানি আৰু শিৱ নাডাৰ।

সম্বদ বৃদ্ধিৰ তালিকাৰ শীৰ্ষত আছে এমাজনৰ মালিক জেফ বেজোছ। তেওঁৰ সম্পত্তিৰ পৰিমান ২০ বিলিয়নৰ পৰা ১৬০ বিলিয়নলৈ বৃদ্ধি পাইছে। সেইদৰে তালিকাৰ দ্বিতীয় স্থানত আছে বিল গেটছ।

বিশ্বৰ শীৰ্ষ ১০গৰাকী ধনীৰ তালিকাত স্থান লাভ কৰা একমাত্ৰ এছিয়াৰ ব্যক্তি মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত ৪২ শতাংশ শ্বেয়াৰ নিজৰ হাতত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd