• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই চিটি এফ চিৰ সৈতে চুক্তিবদ্ধ মণিপুৰৰ ফুটবলাৰ টণ্ডোনবা সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 7:35 pm
267
VIEWS
Share on FacebookShare on Twitter

মুম্বাই চিটি এফ চিৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে মণিপুৰৰ ডিফেণ্ডাৰ টণ্ডোনবা সিং।

নেৰোকা এফ চিৰ সৈতে নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰা টণ্ডোনবা সিঙে পৰৱৰ্তী সময়ত মণিপুৰ ছিনিয়ৰ দলত খেলাৰ সুযোগ লাভ কৰে।

২০১৬-১৭ বৰ্ষৰ আই লীগৰ দ্বিতীয় সংস্কৰণত টণ্ডোনবা সিঙে নিজ দলৰ হৈ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

বিগত দুটা বৰ্ষৰ আই এছ এলত টণ্ডোনবা সিঙে চেন্নাই এফ চিৰ হৈ মুঠ ২৬ খেলত অংশগ্ৰহণ কৰিছিল।

‘‘এয়া মোৰ ফুটবল কেৰিয়াৰৰ নতুন অধ্যায় আৰু মই মুম্বাই চিটি এফ চিৰ সৈতে খেলাৰ বাবে উগ্ৰীৱ হৈ আছো,’’ মণিপুৰী ডিফেণ্ডাৰ গৰাকীয়ে এইদৰে কয়।

মই বিগত দুটা বছৰ ধৰি আই এছ এলত অংশগ্ৰহণ কৰি আহিছো কিন্তু চলিত বৰ্ষত মুম্বাই চিটি এফ চিৰ হৈ মোৰ নতুন যাত্ৰা আৰম্ভ হ’ব’’ টণ্ডোনবা সিঙে লগতে কয়।

মুম্বাই চিটি এফ চিৰ প্ৰশিক্ষক চাৰ্জিঅ’ ল’বেৰাই টণ্ডোনবা সিঙক প্ৰশংসা কৰি টণ্ডোবাক এগৰাকী প্ৰতিভাশালী ফুটবলাৰ হিচাপে অভিহিত কৰে।

ল’বেৰাই সিঙক প্ৰশংসা কৰি কয় যে, টণ্ডোনবাই দুটা বছৰ আই এছ এলত খেলিছে আৰু তেওঁৰ অভিজ্ঞতাই মুম্বাইক সহায় কৰিব।

Recent News

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd