• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানত মহিলা ৰাজপত্ৰিত বিষয়াৰ ৰহস্যজনক মৃত্যু; ভুল চিকিৎসাৰ বাবে মৃত্যুৰ অভিযোগ পৰিয়ালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 19, 2024 8:56 pm
3.5k
VIEWS
Share on FacebookShare on Twitter

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ৰাজস্থানৰ এগৰাকী আমোলাৰ। ভুল অস্ত্ৰোপচাৰৰ বাবেই ৩৩ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। সেই অস্ত্ৰোপচাৰ যোধপুৰত কৰা হৈছিল। এই সন্দৰ্ভত ৰাজস্থান চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে।

মৃত বিষয়াগৰাকীৰ নাম প্ৰিয়ংকা বিষ্ণোই। ২০১৬ চনৰ বেচৰ ৰাজস্থান প্ৰশাসনিক সেৱাৰ বিষয়া। তেওঁ বিকানেৰৰ বাসিন্দা আছিল। দুসপ্তাহ পূৰ্বে যোধপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল। পৰিয়ালৰ দাবী, ইয়াৰ পাছত প্ৰিয়ংকাৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। সেই অস্ত্ৰোপচাৰত কিবা ভুল হোৱা বুলিও দাবী কৰে পৰিয়ালটোৱে। যোধপুৰ জিলা দণ্ডাধীশ গৌৰৱ আগৰৱালাই পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিছে। সতলানন্দ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰতী সৰস্বতৰ নেতৃত্বত গঠন কৰা হৈছে পাঁচজনীয়া তদন্তকাৰী দল।

পূৰ্বে প্ৰিয়ংকাক যোধপুৰৰ উপ-জিলা দণ্ডাধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। চলিত মাহৰ আৰম্ভণিতে তেওঁক যোধপুৰ উত্তৰ পৌৰসভাৰ উপ আয়ুক্ত পদলৈ বদলি কৰা হয় যদিও তেওঁ কামৰ দায়িত্ব ল’ব পৰা নাছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰিয়ংকাৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰা হৈছে।

Recent News

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd