• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাল্পনিক নহয় এলিয়েন! প্ৰদৰ্শিত হাজাৰ বৰ্ষীয় এলিয়েনৰ মৃতদেহ, বিশ্বজুৰি চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2023 12:28 pm
Alien Corpses Displayed At Mexico
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলিয়েল কোনো কল্প কথা নহয়, বাস্তৱিকতে বিশ্ব ব্ৰহ্মাণ্ডত আছে এলিয়েন! এলিয়েন অৰ্থাৎ বহিৰ্জগতৰ প্ৰাণীৰ উপস্থিতি এতিয়া সন্দেহৰ কথা নহয়, কাল্পনিক কথাছবিত দেখুওৱা চেহেৰাৰ দৰেই সাইলাখ চেহেৰাৰ এলিয়েনৰ উপস্থিতি নিশ্চিত হৈছে!

কেৱল সিমানেই নহয়, এলিয়েনৰ মৃতদেহো আছে অক্ষত অৱস্থাত! প্ৰদৰ্শিত হৈছে বিশ্ববাসীৰ আগত! মেক্সিকো কংগ্ৰেছে বিশ্ববাসীক হতবাক কৰি মঙলবাৰে প্ৰদৰ্শন কৰে দুই এলিয়েনৰ মৃতদেহ। লাইভ ষ্ট্ৰীমত প্ৰদৰ্শন কৰা এই অনুষ্ঠানে এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাঁচৰ বাকচত ভৰাই থোৱা এই দুই মৃত এলিয়েন আনুমানিক ১০০০ বছৰীয়া বুলি দাবী কৰা হৈছে। এই অনুষ্ঠানৰ উপস্থাপন কৰে সাংবাদিক আৰু ইউফ’লজিষ্ট জেইম মৌছানে। মৌছানে উল্লেখ কৰা মতে, এই দুই মৃতদেহ কোনো ইউ এফ অ’ৰ ধ্বংসাৱশেষত উদ্ধাৰ কৰা নাই।

তেওঁ উল্লেখ কৰা মতে, ডাইটম খনিত পোৱা গৈছিল এই দুই মৃতদেহ আৰু পিছলৈ ইয়াক জীৱাশ্ম কৰা হৈছিল। এই অনুষ্ঠানতে ইউ এফ অ’ আৰু অচিনাক্ত কিছু পৰিঘটনাৰ দৃশ্য থকা কেইবাটাও ভিডিঅ’ও প্ৰদৰ্শন কৰা হৈছিল।

মৌছানে নিজ বক্তব্যত উল্লেখ কৰা মতে, মৃতদেহ দুটাৰ ডি এন এৰ নমুনা পৰীক্ষা কৰি অন্যান্য ডি এন এ নমুনাৰ সৈতে তুলনা কৰা হৈছিল আৰু দেখা গৈছে যে ৩০ শতাংশতকৈ অধিক ডি এন এ নমুনা অজ্ঞাত।

Mexico’s Congress just unveiled two dead aliens estimated to be around 1,000 years old. What do you think? pic.twitter.com/Zr7z4FKenS

— Kage Spatz (@KageSpatz) September 13, 2023

তদুপৰি অনুষ্ঠানটোত মৃতদেহকেইটাৰ এক্স-ৰেও প্ৰদৰ্শন কৰা হৈছিল। এই এক্স-ৰেত এটা মৃতদেহৰ ভিতৰত বিৰল ধাতুৰ ইমপ্লাণ্টৰ সৈতে কণীৰ উপস্থিতি দেখা পোৱা বুলি দাবী কৰা হৈছে।

আমেৰিকানছ ফৰ ছেফ এৰ’স্পেচৰ কাৰ্যবাহী সঞ্চালক তথা আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন পাইলট ৰিয়ান গ্ৰেভছও উপস্থিত আছিল।

উল্লেখ্য যে, কেইমাহমান পূৰ্বে আমেৰিকাৰ ডেভিদ গ্ৰুচ নামৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱা বিষয়াৰ দাবীক কেন্দ্ৰ কৰিও ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। গ্ৰুচে আমেৰিকা চৰকাৰৰ হাতত কিছু অক্ষত আৰু আন কিছু আংশিকভাৱে ক্ষতিগ্ৰস্ত বহিৰ্জগতৰ বাহন আছে বুলি দাবী কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd