• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুযুধান এন এছ চি এন (আই এম), এন এন পি জিক সংযত হোৱাৰ আহ্বান নাগৰিক সংস্থাৰ ||নাগা আলোচনা

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
October 19, 2019 10:47 pm
nscn_im Nagaland citizens’ group wants dialogue between NNPGs & NSCN (IM)

এন এছ চি এন (আই এম)ৰ সচিব থুইংগালেং মুইভাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ’ৰাম ফৰ নাগা ৰিকনচিলিয়েচনে শনিবাৰে নাগা চূড়ান্ত চুক্তিত “সাৰ্বভৌমত্ব”জনিত বিষয়ক লৈ যুযুধান স্থিতি লোৱা জাতীয় গোটসমূহ বিশেষকৈ এন এছ চি এন (আই এম) আৰু এন এন পি জি (সমূহ)ক সংযত হোৱাৰ আহ্বান জনাইছে।

দুয়োটা সশস্ত্ৰ পক্ষৰ মাজৰ শেহতীয়া কাগজৰ যুদ্ধৰ পিছতে নাগা নাগৰিক সংস্থাটোৱে তেওঁলোকক আলোচনাত বহি মতপাৰ্থক্যসমূহ দূৰ কৰি উমৈহতীয়া ক্ষেত্ৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে।

পূৰ্বৰ সাৰ্বভৌম নাগাভূমিৰ স্থিতিৰ পৰা আঁতৰি অহা এন এছ চি এন (আই এম)এ “মূল বিষয়” সুকীয়া নাগা পতাকা আৰু সংবিধান অবিহনে চুক্তিক অৰ্থহীন আখ্যা দিছে।

বিপৰীতে সাতটা সশস্ত্ৰ নাগা গোটজৰিত এন এন পি জিয়ে পতাকা-সংবিধান এৰি নাগা বিষয়ৰ শীঘ্ৰ সমাধানৰ পোষকতা কৰিছে।

এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰতৰ চৰকাৰৰ সৈতে আলোচনাত থকাৰ বিপৰীতে ২০১৭ চনৰ ১৭ নৱেম্বৰত এন এন পি জি আৰু কেন্দ্ৰ আলোচনাৰ পৰিসীমাক লৈ সহমতত উপনীত হৈছিল।

আহ্বানটোত ফৰামে এন এছ চি এন (আই এম) আৰু এন এন পি জিক “মিডিয়াত বিবাদ”ৰ পৰা আঁতৰি থাকিবলৈয়ো আহ্বান জনাইছে।

“ই নাগা সমাজৰ কেৱল ক্ষতি কৰিছে আৰু আমাক অধিক বিভাজনসংকুল কৰি তুলিছে,” সংস্থাটোৱে কয়।

নাগা শান্তি পুনৰ স্থাপনকাৰী চুক্তিৰ ক্ষেত্ৰত সকলো গোটৰে প্ৰচেষ্টাৰ শলাগ লৈ ফৰামে কয়, “আমি বিশ্বাস কৰো যে আনকি এই কঠিন পৰিস্থিতিটো শান্তি পুনৰ স্থাপনৰ নীতি সৰ্বাংগৰূপত (in letter and spirit) তুলি ধৰা হ’ব।”

আলোচনাটোত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী, ৰাজ্যপাল আৰ এন ৰৱিয়ে অক্তোবৰ মাহৰ ভিতৰতে চূড়ান্ত চুক্তি সম্পন্ন কৰা হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰিছে।

লগতে পঢ়ক– বন্দুকৰ ছাঁত অন্তহীন আলোচনা অগ্ৰহণযোগ্য, ৩১ অক্তোবৰ শেষ সীমা: নাগা চুক্তিক লৈ ৰৱি

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd