• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Neiphiu Rio: কঠোৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা উচিত: নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’

এন ই নাও নিউজ, কোহিমা by এন ই নাও নিউজ, কোহিমা
December 6, 2021 2:05 pm
Nagaland CM
256
VIEWS
Share on FacebookShare on Twitter

Neiphiu Rio নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনক (আফস্পা) এক কঠোৰ আইন বুলি অভিহিত কৰিছে।

‘’আফস্পা এক কঠোৰ আইন যাক গোটেই বিশ্বজুৰি নিন্দা কৰা হয়,’’-নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই কয়।

নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সামৰি বাহিনীৰ গুলীত নিহত ১৫জন সাধাৰণ নাগৰিকৰ শেষকৃত্যৰ সেৱাত সোমবাৰে ভাগ লৈ ভাষণ দিছিল ৰিঅ’ই।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘কঠোৰ’ আইন-আফস্পা ৰাজ্যখনৰ পৰা শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত।

Also Read: সুখবৰ: পুনৰ ফুটবলৰ জগতলৈ উভতিল ক্ৰিষ্টিয়ান এৰিকচেন

অৱশ্যে তেওঁ লগতে উল্লেখ কৰে যে কেন্দ্ৰই নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিব নোৱাৰি বুলি স্থিতি ধৰি ৰাখিছে।

‘’নাগালেণ্ডত আফস্পা চলাই ৰখাৰ কোনো যুক্তি নাই। ৰাজ্যখনত শান্তি বিৰাজ কৰি আছে,’’- ৰিঅ’ই কয়।

‘’আমি কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছো। এই আইনে আমাৰ দেশৰ ভাৱমূৰ্তি ম্লান কৰিছে,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

Also Read:মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত বিশ্বনাথত মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ আছুৰ

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে পুনৰ দাবী উত্থাপন হোৱাৰ সময়তে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তৱ্যই তাৎপৰ্য বহ কৰিছে।

নাগালেণ্ডৰ কেইবাটাও সামাজিক সংগঠনেও পুনৰ এই ক’লা আইন প্ৰত্যাহাৰৰ দাবী তুলিছে।

Recent News

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd