• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগা স্বাধীনতা দিৱস পাতি চৰকাৰৰ চকুত এন এছ এফ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 7:24 pm
Nagaland: Government pulls up NSF for hoisting Naga national flag

নাগা পতাকা।

544
VIEWS
Share on FacebookShare on Twitter

এন এছ চি এন (আই এম), নাগা নেচনেল কাউন্সিল আদি নাগা জাতীয় সংগঠনে ১৪ আগষ্টত পৰম্পৰাগতভাৱে উদযাপন কৰি অহা নাগা স্বাধীনতা দিৱস পাতি চৰকাৰৰ চকুত পৰিছে নাগা ছাত্ৰ ফেডাৰেচন।

ছাত্ৰ সংগঠনটোৱে নাগালেণ্ডৰ লগতে নাগা বসতিপ্ৰধান অঞ্চলসমূহত নাগা পতাকা উৰুৱাই বুধবাৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰা বুলি বাতৰি প্ৰকাশিত হৈছিল।

এই সন্দৰ্ভত নাগালেণ্ডৰ গৃ্হ বিভাগে মঙলবাৰে সকলো জিলাৰ উপায়ুক্তক এক নিৰ্দেশ জাৰি কৰিছে।

“এন এছ এফে ইয়াৰ সকলো ফেডাৰেটিং ইউনিটক ১৪ আগষ্টত নাগা স্বাধীনতা দিৱস উপলক্ষে নাগা পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ দিয়াটো নাগালেণ্ড চৰকাৰে লক্ষ্য কৰিছে,” ৰাজ্যখনৰ আয়ুক্ত এম পেটনৰ উদ্ধৃতিৰে দ ফ্ৰী প্ৰেছ জাৰ্নেলৰ বাতৰি।

বাতৰিটোত লগতে কোৱা হৈছে, “নিৰ্দেশটো মতে, এন এছ এফৰ এই নিৰ্দেশনাই অনাহুত পৰিস্থিতি সৃষ্টি কৰিব পাৰে আৰু গুৰুতৰ আইন আৰু শৃংখলাজনিত সমস্যালৈ লৈ যাব পাৰে।”

পেটনে উপায়ুক্তসকলক সংশ্লিষ্ট জিলাৰ এন এছ এফ নেতাসকলৰ লগত বৈঠকত বহিবলৈ নিৰ্দেশ দিছে।

এন এছ এফৰ সভাপতি নিন’ত’ আৱমিয়ে নাগা পতাকা উত্তোলনক “নাগা পৰিচয়”ৰ উদযাপন আৰু ই ভাৰতবিৰোধী নহয় বুলি মন্তব্য কৰিছে।

“ই আমাৰ পৰিচয়ৰ উদযাপন। কিন্তু এই উদযাপনে এই কথা নুসূচায় যে আমি ভাৰতৰ বিৰুদ্ধে,” আৱমিৰ মন্তব্য।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd