• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি-২০ ক্ৰিকেটত কেনিয়াক অতিক্ৰমি নাগালেণ্ডৰ বিশ্ব অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2019 12:10 pm
ইণ্টাৰনেটৰ পৰা সংগৃহীত অন্ধ্ৰপ্ৰদেশ আৰু নাগালেণ্ড টি-২০ খেলৰ আলোকচিত্ৰ

ইণ্টাৰনেটৰ পৰা সংগৃহীত অন্ধ্ৰপ্ৰদেশ আৰু নাগালেণ্ড টি-২০ খেলৰ আলোকচিত্ৰ

667
VIEWS
Share on FacebookShare on Twitter

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত নাগালেণ্ডে গঢ়িলে বৃহৎ পৰাজয়ৰ বিশ্ব অভিলেখ। অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে ১৭৯ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্তহৈ অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হয় নাগালেণ্ড।

পূৰ্বে এই অভিলেখ আছিল কেনিয়াৰ নামত। ২০০৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ খেলখনত ১৭২ ৰাণত পৰাস্তহৈ কেনিয়াই গঢ়িছিল বৃহৎ পৰাজয়ৰ অভিলেখ।

 

ইণ্টাৰনেটৰ পৰা সংগৃহীত অন্ধ্ৰপ্ৰদেশৰ বেটিঙৰ মহুৰ্তৰ আলোকচিত্ৰ

অন্ধপ্ৰদেশৰ দেৱীনানী ভেংকত ৰমণ ষ্টেডিয়ামত ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটৰ অন্ধ্ৰপ্ৰদেশ আৰু নাগালেণ্ডৰ মাজৰ খেলখনত টছত জয়ীহৈ অন্ধ্ৰপ্ৰদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ২০ অভাৰত ৰিকি ভুইৰ বিস্ফোৰক শতৰাণ আৰু গিৰিনাথ ৰেড্ডীৰ অৰ্ধশতৰাণৰ সহায়ত অন্ধপ্ৰদেশে ২৪৪ ৰাণ সংগ্ৰহ কৰে।

অন্ধ্ৰপ্ৰদেশে বান্ধি দিয়া বিশাল ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দলীয় স্কোৰ ১২ ৰাণতে দুই অপেনাৰক হেৰুৱাই সংকটত পৰে নাগালেণ্ড।বিপক্ষৰ অভিজ্ঞ বলিঙ আক্ৰমণৰ বিৰুদ্ধে কোনো মহুৰ্ততে মুৰ দাঙি উঠিব নোৱাৰি ৬৫ ৰাণতে আটাইকেইটা হেৰুৱাই ১৭৯ ৰাণত বিশাল পৰাজয়ৰ সন্মুখিন হয় দলটো।

Recent News

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd